Chapter 13
কামত সৰু-বৰ নাই
১. চিপাহীকেইজনে চতিটো ক’ত তুলিবলৈ বিচাৰি আছিল ?
(ক)ঘৰৰ মূধচত
(খ)খুঁটা এটাৰ মূৰত
(গ)এটাও কনহয়
উত্তৰঃ(খ)খুঁটা এটাৰ মূৰত
২. কোনে চিপাহীকেইজনক আদেশ দি আছিল ?
(ক)জমাদাৰ চাহাব এজনে
(খ)জৰ্জ ৱাছিংটনে
(গ)এটাও নহয়
উত্তৰঃ(ক)জমাদাৰ চাহাব এজনে
৩. ” চিপাহীকেইজনে চতিটো তুলিব পৰা নাই । আপুনি অলপ হাত-উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে । ” এই কথাষাক কোনে, কাক কৈছিল ?
(ক)জমাদাৰ চাহাবে ঘোঁৰাত উঠি থকা মানুহজনক কৈছিল
(খ)ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰ চাহাবক কৈছিল
(গ)এটাও নহয়
উত্তৰঃ(খ)ঘোঁৰাত উঠি থকা মানুহজনে জমাদাৰ চাহাবক কৈছিল
৪. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিজনৰ নাম কি ?
(ক)জৰ্জ ৱাছিংটন
(খ)জমাদাৰ
(গ)এটাও নহয়
উত্তৰঃ(ক)জৰ্জ ৱাছিংটন
৫. ঘোঁৰাত উঠি থকা মানুহজনে কিছুপৰ _________ চাই থাকিল ।
(ক)কষ্টৰে
(খ)মনে মনে
(গ)এটাও নহয়
উত্তৰঃ(গ)এটাও নহয়
৬. ‘প্ত’ এই যুক্তাক্ষৰটো ভাঙিলে কৰিলে হ’ব –
(ক)প + ত
(খ)প + ট
(গ)এটাও নহয়
উত্তৰঃ(ক)প + ত
৭. ‘চেষ্টা’ শব্দৰ অৰ্থ কি ?
(ক)সক্ষম
(খ)যত্ন
(গ)এটাও নহয়
উত্তৰঃ(খ)যত্ন
৮. মোৰ অহাত পলম হ’ল, _________ নধৰিবা ।
(ক)কেঁকো-জেকোকৈ
(খ)হাত-উজান
(গ)এটাও নহয়
উত্তৰঃ(গ)এটাও নহয়
৯. ‘ন্ত’ এই যুক্তাক্ষৰটো ভাঙিলে হ’ব –
(ক)ন + ত
(খ)ত + ন
(গ)এটাও নহয়
উত্তৰঃ(ক)ন + ত
১০. হুঁটা শব্দৰ অৰ্থ কি ?
(ক)হু্ৰ হু্ৰ শব্দ কৰা
(খ)টান, কঠুৱা
(গ)এটাও নহয়
উত্তৰঃ(খ)টান, কঠুৱা