Chapter 10
আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ
১. কাৰ দেউতাক এজন ভাল খেতিয়ক ?
(ক)উজ্জ্বলৰ দেউতাক
(খ)আব্দুলৰ দেউতাক
(গ)এটাও নহয়
উত্তৰঃ (খ)আব্দুলৰ দেউতাক
২. মানুহজনে কি হিচাপে চৰকাৰী বঁটা পাইছে ?
(ক)আদৰ্শ খেতিয়ক হিচাপে
(খ)আদৰ্শ শিক্ষক হিচাপে
(গ)এটাও নহয়
উত্তৰঃ (ক)আদৰ্শ খেতিয়ক হিচাপে
৩. আব্দুলৰ দেউতাকে নতুনকৈ কি কিনিছে ?
(ক)এখন ঠেলা গাড়ী
(খ)ট্ৰেক্টৰ
(গ)এটাও নহয়
উত্তৰঃ (খ)ট্ৰেক্টৰ
৪. আব্দুলহঁতৰ ঘৰলৈ সেইদিনা ৰাতিপুৱা কোন কোন আহিছিল ?
(ক)উজ্জ্বল আৰু সংগীতা
(খ)ফৰিদা
(গ)এটাও নহয়
উত্তৰঃ (ক)উজ্জ্বল আৰু সংগীতা
৫. আব্দুলৰ ভনীয়েকৰ নামটো কি ?
(ক)সংগীতা
(খ)ফৰিদা
(গ)এটাও নহয়
উত্তৰঃ (খ)ফৰিদা
৬. ” বাঃ ! কি ধুনীয়া ট্ৰেক্টৰ ” এই কথাষাৰি কোনে কৈছিল ?
(ক)ফৰিদাই
(খ)সংগীতাই
(গ)এটাও নহয়
উত্তৰঃ (গ)এটাও নহয়
৭. ” পেলনীয়া জাবৰ-জোঁথৰ গাঁত খান্দি পুতি থ’লে সেইবোৰ কি হয় ?
(ক)পচন সাৰ
(খ)ৰাসায়নিক সাৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)পচন সাৰ
৮. বগলী __________ আকাশত উৰিছে ।
(ক)বোৰ
(খ)জাক
(গ)এটাও নহয়
উত্তৰঃ (খ)জাক
৯. মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি ?
(ক)দুই অক্টোবৰ
(খ)পাঁচ ছেপ্তেম্বৰ
(গ)এটাও নহয়
উত্তৰঃ (ক)দুই অক্টোবৰ
১০. ৰমলাৰ চুলি __________ দীঘল ।
(ক)থোপা
(খ)বোৰ
(গ)এটাও নহয়
উত্তৰঃ (গ)এটাও নহয়