স্বাধীনতা
Freedom
Chapter 2
প্ৰশ্নাৱলীঃ
ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Questions):
১) স্বাধীনতা কি ? স্বাধীনতাৰ অৰ্থ ব্যাখ্যা কৰা ।
উত্তৰঃ
২) স্ৱাধীনতাৰ সংজ্ঞা দিয়া । স্ৱাধীনতাৰ আদৰ্শসমূহ আলোচনা কৰা ।
উত্তৰঃ
৩) স্ৱাধীনতা মানে কি বুজা ? ব্যাক্তি স্বাধীনতা আৰু ৰাষ্ট্ৰৰ স্বাধীনতাৰ মাজত সম্পৰ্ক আছে নে ?
উত্তৰঃ
৪) স্বাধীনতাৰ সকৰাত্মক আৰু নকৰাত্মক ধাৰণাৰ মাজত পাৰ্থক্য কি কি ?
উত্তৰঃ
৫) সামাজিক বাধা-নিষেধ মানে কি ? স্বাধীনতা উপভোগৰ বাবে নিষেধৰ প্ৰয়োজনীয়তা আছে নে ?
উত্তৰঃ
৬) সকাৰাত্মক স্বাধীনতাৰ তাৎপৰ্য সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ
৭) স্বাধীনতা কি ? স্বাধীনতাৰ সুৰক্ষাৰ বাবে থকা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
৮) স্বাধীনতাৰ সংজ্ঞা লিখি ইয়াৰ শ্ৰেণীবিভাজন আলোচনা কৰা ।
উত্তৰঃ
৯) নাগৰিকৰ স্বাধীনতা ৰক্ষনা – বেক্ষণত ৰাষ্ট্ৰৰ ভূমিকা কি ?
উত্তৰঃ
১০) মত প্ৰকাশৰ স্বাধীনতা কি ? তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি কি ? উদাহৰণ দিয়া ।
উত্তৰঃ
১১) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
১২) স্বাধীনতা উপভোগৰ ক্ষেত্ৰত থকা সীমাবন্ধতাৰ উৎসসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) উদাৰতাবাদ মানে কি বুজা ? উদাৰতাবাদৰ বিকাশ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
১৪) আধুনিক উদাৰতাবাদৰ মূল নীতিসমূহৰ বিৱৰণ দিয়া ।
উত্তৰঃ
১৫) নকাৰাত্মক ( নেতিবাচক ) আৰু সকাৰাত্মক ( ইতিবাচক) স্বাধীনতাৰ ধাৰণা সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
১৬) স্বাধীনতা কি ? তোমাৰ মতে স্বাধীনতা ৰক্ষাৰ আটাইতকৈ উত্তম উপায়টো কি ? চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৭) সমাজত বাস কৰা ব্যাক্তিয়ে কোনো বাধা নোহোৱা জীৱন – যাপন কৰিব পাৰেনে ? যদি নোৱাৰে কিয় ?
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন ( Short answer question )
১) স্বাধীনতাৰ আদৰ্শ সম্পৰ্কে এটি টোকা লিখা ।
উত্তৰঃ
২) স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লখ কৰা ।
উত্তৰঃ
৩) সুভাষ চন্দ্ৰ বসুৰ স্বাধীনতাৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
৪) মহাত্মা গান্ধীৰ স্বৰাজৰ ধাৰণা সম্পৰ্কে লিখা ।
উত্তৰঃ
৫) উদাৰতাবাদে কি বুজায় লিখা ।
উত্তৰঃ
৬) আধুনিক উদাৰতাবাদৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৭) উদাৰতাবাদৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা ।
উত্তৰঃ
৮) উদাৰতাবাদৰ যিকোনো চাৰিটা ক্ৰটি উল্লেখ কৰা।
উত্তৰঃ
৯) স্বাধীনতাৰ শ্ৰেণীবিভাগ কৰা ।
উত্তৰঃ
১০) প্ৰাকৃতিক স্বাধীনতা মানে কি বুজা ?
উত্তৰঃ
১১) নাগৰিক স্বাধীনতা বুলিলে কি বুজা ? চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
১২) স্বাধীনতা ৰক্ষাৰ চাৰিটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
১৩)সকাৰাত্মক স্বাধীনতাই কি বুজায় ।
উত্তৰঃ
১৪) নকাৰাত্মক স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ব্যাখ্যা কৰা ।
উত্তৰঃ
১৫) মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কত জন ষ্টুৱাৰ্ট মিলৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬) গণতন্ত্ৰত বাক্ – স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰা ।
উত্তৰঃ
১৭) সীমাবদ্ধতাৰ দুটা উৎস উল্লেখ কৰা ।
উত্তৰঃ
১৮) নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ
১৯) স্বৰাজ সম্পৰ্কে গান্ধীজীৰ মতামত কি ?
উত্তৰঃ
২০) ” চিৰন্তন সতৰ্কতা স্বাধীনতাৰ মূল ”- মন্তব্য দিয়া ।
উত্তৰঃ
২১) অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বতন্ত্ৰতা কেনেদৰে পৰস্পৰ সম্পৰ্কযুক্ত ?
উত্তৰঃ
২২) স্বাধীনতাত বাধা প্ৰদান কৰা অৱশ্যক বুলি তুমি ভাবানে ? তিনিটা কাৰণ দিয়া ।
উত্তৰঃ
২৩) নেতিবাচক স্বতন্ত্ৰতা সম্পৰ্কে তিনিটা যুক্তি দিয়া।
উত্তৰঃ
২৪) ইন্টাৰনেটৰ যুগত মত প্ৰকাশৰ স্বাধীনতা সম্বন্ধে চমু টোকা লিখা।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short Answer Questions )
১) স্বাধীনতাক মানৱজাতিৰ এক মৌলিক অধিকাৰ বুলি কোনে প্ৰথমে যুক্তি দৰ্শাইছিল।
উত্তৰঃ
২) স্বাধীনতা ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
৩) অৰ্থনৈতিক স্বাধীনতাই কি বুজায় ?
উত্তৰঃ
৪) স্বাধীনতাৰ দুটা আদৰ্শ উল্লেখ কৰা ।
উত্তৰঃ
৫) নেতিবাচক স্বাধীনতা বুলিলে কি বুজা ?
উত্তৰঃ
৭) সকাৰাত্মক স্বাধীনতা বুলিলে কি বুজা ?
উত্তৰঃ
৮) স্বাধীনতাৰ সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা লিখা ।
উত্তৰঃ
৯) স্বেচ্ছাচাৰী শাসনে কিদৰে ব্যাক্তি স্বাধীনতাত হস্তক্ষেপ কৰে ?
উত্তৰঃ
১০) মত প্ৰকাশত স্বাধীনতাৰ সমৰ্থত দুটা যুক্তি দিয়া ।
উত্তৰঃ
১১) আইন শাসন বুলিলে কি বুজা ?
উত্তৰঃ
১৩) স্বাধীনতাৰ প্ৰকাৰত্মক ( ইতিবাদক) ধাৰণা ।
উত্তৰঃ
১৪) স্বাধীনতাৰ একাকত্মক নেচিবাচক ধাৰণা ।
উত্তৰঃ
১৫) স্বাধীনতাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
১৬) প্ৰাকৃতিক স্বাধীনতা কি ?
উত্তৰঃ
১৭) বাধাৰ দুটা উৎস উল্লেখ কৰা ।
উত্তৰঃ
১৮) নেলচন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি ?
উত্তৰঃ
বস্তুনিষ্ঠ প্ৰশ্নানলী ( Objective type questions )
১) স্বাধীনতা ৰক্ষাৰ এটা উপায় উল্লেখ কৰা
উত্তৰঃ
২) সমতা আৰু স্বাধীনতা পৰস্পৰ পৰিপূৰক ( হয় নে নহয় লিখা
উত্তৰঃ
৩) চিৰন্তন সতৰ্কতাই স্বাধীনতাৰ মূল ( শুদ্ধ নে অশুদ্ধ লিখা)
উত্তৰঃ
৪) স্বাধীনতাৰ এটা আদৰ্শ উল্লেখ কৰা ।
উত্তৰঃ
৫) স্বাধীনতা এটা দিশ হল নকৰাত্মক আনটো কি ?
উত্তৰঃ
৬) স্বৰাজৰ ধাৰণৰ লগত জড়িত ব্যক্তিজনৰ নাম লিখা ?
উত্তৰঃ
৭) স্বৰাজ শব্দৰ অৰ্থ লিখা ।
উত্তৰঃ
৮) স্বাধীনতা উপভোগত থকা এটা বাধা লিখা ।
উত্তৰঃ
৯) উদাৰতাবাদীসকলে স্বাধীনতাক সমৰ্থন কৰেনে ( হয় বা নহয় লিখা)
উত্তৰঃ
১০) সমাজবাদীসকলৰ এটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ
১১) এটা বাক্যত স্বাধীনতাৰ সংজ্ঞা লিখা ।
উত্তৰঃ
১২) ”মানুহৰ ব্যক্তিত্বপূৰ্ণ বিকাশৰ উপযোগী পৰিৱেশ সংৰক্ষণেই স্বাধীনতা ।” – কোনে কৈছিল ?
উত্তৰঃ
১৩) ‘Liber’ কোন ভাষাৰ শব্দ ?
উত্তৰঃ
১৪) ব্যক্তিগত স্বাধীনতা বুলিলে কি বুজা ?
উত্তৰঃ
১৫) নেলছন মেণ্ডেলাৰ কৰ ব্যক্তি ?
উত্তৰঃ
১৬) ”লং ৱাক টু ফ্ৰীডম” নামৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰঃ
১৭) নেলছন মেণ্ডেলাক কিমান বছৰ কাল কাৰাবন্ধী কৰি ৰখা হৈছিল?
উত্তৰঃ
১৮) আংছান ছ্যু কী কৰ ব্যক্তি ?
উত্তৰঃ
১৯) আংছনা ছ্যু কীয়ে স্বাধীনতা সম্প্কে লিখা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ
২০) ”স্বৰাজ আমাৰ জন্মগত অধিকাৰ, আমি ইয়াক পাবই লাগিব ।” – কোনে
কৈছিল ?
উত্তৰঃ
২১) গান্ধীজীয়ে স্বৰাজ সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ
২২) উদাৰতাবাদৰ এজন প্ৰধান সমৰ্থকৰ নাম লিখা ।
উত্তৰঃ
২৩) কোনটো মতবাদৰ মতে ৰাষ্ট্ৰ এটা ‘প্ৰয়োজনীয় অ- কল্যাণকৰ অনুষ্ঠান’ ?
উত্তৰঃ
২৪) “On liberty” নামৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰঃ
২৫) ভাৰতৰ সংবিধানৰ কোনতো অনুচ্ছেদত বাক্ – স্বাধীনতাৰ উল্লেখ আছে ।
উত্তৰ
২৬। অৰ্থনৈতিক স্বাধীনতা মানে –
(ক) নিৰক্ষৰতাৰ পৰা স্বাধীনতা (খ) অভাৱযুক্ত স্বাধীনতা
(গ) সমাজৰ পৰা মুক্ত (ঘ) ধৰ্মৰ পৰা মুক্ত ।
উত্তৰঃ
২৭। স্বাৰজ মানে হল –
(ক) নিজৰ শাসন (খ) ৰজাৰ শাসন
(গ) চৰকাৰৰ শাসন ( ওপৰৰ আটাইকেইটা )
উত্তৰঃ
২৮। জে. এচ মিলে লিখা কিতাপখনৰ নাম –
(ক) ডাচ কেপিটেল (খ) অন লিবাটী
(গ) পলিটিকচ্ (ঘ) ৰিপাব্লিক
উত্তৰঃ
২৯। সকাৰত্মক স্বাধীনতা মানে –
(ক) যিকোনো কাম কৰাৰ স্বাধীনতা (খ) বাধাযুক্ত স্বাধীনতা
(গ) বাধাযুক্ত (ঘ) ইয়াৰে এটাও নহয়
উত্তৰঃ