Chapter 28
বীৰ লৱ-কুশ
১) কাৰ ৰাজ্য সকলো মানুহ সুখী আছিল ?
(ক) ৰামৰ ৰাজ্য
(খ) বিভীষণৰ ৰাজ্য
(গ) সুগ্ৰীৱ ৰাজ্য
উত্তৰঃ (ক) ৰামৰ ৰাজ্য
২) কোনে নিজৰ ঘৈণীয়েকক সদায় মাৰিছিল ?
(ক) ৰামে
(খ) ৰাৱণে
(গ) ধোবাৰ
উত্তৰঃ (গ) ধোবাৰ
৩) ৰামে কি ত্যাগ কৰিম বুলি ভাবিলে ?
(ক) সীতাক
(খ) ৰাজপাতক
(গ) ভৰতক
উত্তৰঃ (ক) সীতাক
৪) প্ৰজাৰ কাৰণে কোনে নিজৰ প্ৰেমৰ বলিদান দিলে ?
(ক) ভৰতে
(খ) লক্ষ্মণে
(গ) ৰামে
উত্তৰঃ (গ) ৰামে
৫) সীতা কোন ঋষিৰ আশ্ৰমত আছিল ?
(ক) বিশ্বামিত্ৰ ঋষিৰ
(খ) বাল্মীকি ঋষিৰ
(গ) বশিষ্ঠ ঋষিৰ
উত্তৰঃ (খ) বাল্মীকি ঋষিৰ
৬) সীতা পুত্ৰ নাম কি আছিল ?
(ক) লৱ-কুশ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নল-নীল
উত্তৰঃ (ক) লৱ-কুশ
৭) লৱ-কুশ কোন আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ৰাৱণ আৰু মন্দোদৰী পুত্ৰ আছিল
(গ) ৰাম আৰু সীতাৰ পুত্ৰ আছিল
উত্তৰঃ (গ) ৰাম আৰু সীতাৰ পুত্ৰ আছিল
৮) কোন সেই সময়ত গৰ্ভৱতী আছিল ?
(ক) সীতা
(খ) মোহিনী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) সীতা
৯) ৰামে কাক বেছি চেনেহ কৰিছিল ?
(ক) ভৰতক
(খ) সীতাক
(গ) ৰাজপাতক
উত্তৰঃ (খ) সীতাক
১০) লৱ-কুশ কাৰ পূত্ৰ আছিল ?
(ক) ৰাৱণৰ আৰু মন্দোদৰী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰাম আৰু সীতা
উত্তৰঃ (গ) ৰাম আৰু সীতা
Type: Pompi Hazarika