Chapter 7
বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজল
১। বায়ুত থকা জলায় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে?
(ক) অম্ল
(খ) আৰ্দ্ৰতা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: আৰ্দ্ৰতা
২। উষ্ণতা, আৰ্দ্ৰতা আৰু আন কাৰকবোৰক কি বোলে?
(ক) পৰিৱৰ্তন
(খ)সম্পদ
(গ) বতৰৰ উপাদান
Answer: বতৰৰ উপাদান
৩। এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা ২৫ বছৰৰ, গড় বতাহৰ নমুনাকে সোই ঠাই খনৰ কি বোলে?
(ক) স্থলবায়ু
(খ)জলবায়ু
(গ) বতাহ
Answer: জলবায়ু
৪। প্ৰত্য়েকটো মাহৰ উষ্ণতাৰ মধ্য়ক কেইটা স্তৰত উলিওৱা হয়?
(ক) তিনিটা
(খ)পাচঁটা
(গ) দুটা
Answer: দুটা
৫। উত্তৰ-পূব ভাৰতৰ জলবায়ু কেনেকুৱা?
(ক) সেমেকা
(খ)গৰম
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: সেমেকা
৬। বায়ুত বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?
(ক) অক্সিজেন
(খ)নাইট্ৰ’জেন
(গ) কাবৰ্ন-ডাই- অক্সাইড
Answer: নাইট্ৰ’জেন
৭। মেৰু অঞ্চল কেনেকুৱা?
(ক) অতিশয় শীতল
(খ)অতিশয় গৰম
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: অতিশয় শীতল
৮। বগা ভালুকৰ হাত বোৰে সিহতক কি কি কৰাত সহায় কৰে?
(ক) চিকাৰ ধৰাত
(খ)বৰফত খোজ কঢ়া আৰু সাঁতোৰাত
(গ) ইয়াৰ ভিতৰত এটা নহয়
Answer: বৰফত খোজ কঢ়া আৰু সাঁতোৰাত
৯। বগা ভালুকে কিহৰ সহায়ত উসাহ লয়?
(ক) ফুলৰ সহায়ত
(খ)নাসাৰন্ধ্ৰৰ সহায়ত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাসাৰন্ধ্ৰৰ সহায়ত
১০। পেংগুইনৰ ভৰি বোৰত কি থকাৰ বাবে সাঁতুৰিব পাৰে?
(ক) আঁহ
(খ)ফুল
(গ) পতাযুক্ত
Answer; পতাযুক্ত
১১। পৰিভ্ৰমণৰ আন এটা নাম কি?
(ক) অম্ল
(খ)প্ৰব্ৰজন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰব্ৰজন
১২। বৰ্ষাৰণ্য় অসমত পোৱা যায় নে?
(ক) যায়
(খ)নাযায়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: যায়
১৩। হাতীৰ কাণ দুখনে সিহতক কি কৰাত সহায় কৰে?
(ক) শীতল
(খ)গৰম
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: শীতল
১৪। জীৱই বাস কৰা চৌপাশক কি বোলে?
(ক) আৱাসস্থলী
(খ)অভিযোজন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; আৱাসস্থলী
১৫। ভেকুঁলি বোৰে বাস কৰা বাসস্থানক কি বোলে?
(ক) স্থলজ আৱাসস্থলী
(খ)জলজ আৱাসস্থলী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: জলজ আৱাসস্থলী
১৬। বাসস্থানৰ আন এটা নাম কি?
(ক) অম্ল
(খ)আৱাসস্থলী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: আৱাসস্থলী
১৭। মৰুভূমিত থকা কোন বিধ গছৰ পাতৰ সলনি কাইত থাকে?
(ক) সূচক
(খ)কেকটাছ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: কেকটাছ
১৮। মাছবোৰে কিহৰ সহায়ত উসাহ লয়?
(ক) ফুলৰ সহায়ত
(খ)নাসাৰন্ধ্ৰৰ সহায়ত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; ফুলৰ সহায়ত
১৯। বৰ্জিত পদাৰ্থ বোৰ আঁতৰাই পেলোৱাক কি বোলে?
(ক) সূচক
(খ)ৰেচন ক্ৰিয়া
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৰেচন ক্ৰিয়া
২০। আৱাসস্থলী কেই প্ৰকাৰৰ?
(ক) ২ প্ৰকাৰৰ
(খ)৩ প্ৰকাৰৰ
(গ) ৫ প্ৰকাৰৰ
Answer: ২ প্ৰকাৰৰ