Chapter 4
তাপ
১। আমি কিহৰ সহায়ত গৰম আৰু চেঁচা অনুভৱ কৰো?
(ক) ছালৰ সহায়ত
(খ) সচৰাচৰ স্পৰ্শৰ সহায়ত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: সচৰাচৰ স্পৰ্শৰ সহায়ত
২। থাৰ্ম’মিটাৰৰ আন এটা নাম কি?
(ক) অন্তন
(খ) তাপমিটাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: তাপমিটাৰ
৩। এটা তাপমিটাৰত কি কি সামগ্ৰী থাকে?
(ক) এডাল তাঁৰ
(খ) এটোকোৰা লোঁক
(গ)এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে
Answer: এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে
৪। আমি ব্য়ৱহাৰ কৰা স্কেলডালক কিহৰ সহায়ত বুজোৱা হয়?
(ক) °C
(খ) °D
(গ) °F
Answer: °C
৫। তাপমেতাৰটো পৰাপক্ষত কি দ্ৰৱৰে ধুই লব লাগে?
(ক) জটিল দ্ৰৱৰে
(খ) সৰল দ্ৰৱৰে
(গ) এণ্টিচেপটিক দ্ৰৱৰে
Answer: এণ্টিচেপটিক দ্ৰৱৰে
৬। মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ?
(ক) ৩২°C
(খ) ৩৭°C
(গ) ৩৫°C
Answer: ৩৭°C
৭। তাপমেতাৰ দ্বাৰা কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীৰ উষ্ণতা জুখিব পাৰি?
(ক) ৩১°C ৰ পাৰ ৯৯°C
(খ) ৩৫°C ৰ পৰা ৪২°C
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: ৩৫°C ৰ পৰা ৪২°C
৮। গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়া টোক কি বোলে?
(ক) প্ৰচন
(খ) অন্তন
(গ) পৰিবহণ
Answer; পৰিবহণ
৯। পানী আৰু বায়ু হ’ল?
(ক) পৰিবাহী
(খ) কুপৰিবাহী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: কুপৰিবাহী
১০। সাগৰৰ পৰা অহা বতাহক কি বোলে?
(ক) স্থলবতাহ
(খ) জলবতাহ
(গ) সাগৰীয়বতাহ
Answer: জলবতাহ
১১। কি প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰ আমাৰ শৰীৰলৈ আহে?
(ক) পৰিচলন
(খ) বিকিৰণ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিকিৰণ
১২। তাপৰ শোষিত অংশই বস্তুৰ উষ্ণতা কি কৰে?
(ক) কমায়
(খ) বঢ়ায়
(গ) সমানে থাকে
Answer; বঢ়ায়
১৩। বস্তু উত্তাপৰ মাত্ৰাৰজোখ হৈছে
(ক) বিকৰণ
(খ) উষ্ণতা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; উষ্ণতা
১৪। সাগৰৰ লুনীয়া পানীৰ পৰা নিমখ আহৰণ কৰা প্ৰক্ৰিয়াটোক হ’ল
(ক) ঘনীভৱন
(খ) বাষ্পীভৱন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; বাষ্পীভৱন
১৫। পানীত বায়ু দৱীভুক্ত হৈ থাকে নে?
(ক) নাথাকে
(খ) থাকে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; থাকে
১৬। মাটিত বায়ু থাকে নে?
(ক) থাকে
(খ) নাথাকে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer; থাকে
১৭। সূৰ্যৰ পোহৰত ধূলিকণা থাকে নে?
(ক) নাথাকে
(খ) থাকে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: থাকে
১৮। বালীৰ আন এটা নাম কি?
(ক) ধূলিকণা
(খ) সংযুক্তি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: ধূলিকণা
১৯। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?
(ক) ঘনীভৱন
(খ) বাষ্পীভৱন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: বাষ্পীভৱন
২০। জলীয় ভাপ পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?
(ক) বাষ্পীভৱন
(খ) ঘনীভৱন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
Answer: ঘনীভৱন