Chapter 15
দিল্লীৰ চুলতানী যুগ
১) ভাৰতবৰ্ষত তুৰ্কীসকলে কিমান বছৰ কাল শাসন কৰিছিল?
(ক) ২৪৬ বছৰ কাল।
(খ) ৩২০ বছৰ কাল।
(গ) ৪৫৬ বছৰ কাল।
Answer: ৩২০ বছৰ কাল।
২) কুতুবমিনাৰ সজোৱাৰ কাম কোনে আৰম্ভ কৰে?
(ক) চুলতান কুতুবুদ্দিন আইবাকে।
(খ)ইলটুতমিছে।
(গ) ওপৰৰ এটাও নহয়।
Answer: চুলতান কুতুবুদ্দিন আইবাকে।
৩) চুলতানী বংশৰ তৃতীয় বংশটোৰ নাম কি?
(ক) টোগলক বংশ।
(খ) খিলিজি বংশ।
(গ) লোডী বংশ।
Answer: টোগলক বংশ।
৪) লোডী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) মোবাৰক ছাহ।
(খ) গিয়াঝছুদ্দিন টোগলক।
(গ) বাহালূল লোডী।
Answer: বাহালূল লোডী।
৫) চুলতানী যুগত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী কোন আছিল?
(ক) ৰজা।
(খ) সেনাপতি।
(গ) প্ৰজা।
Answer: ৰজা।
৬) চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত কি ব্যৱস্থাৰ ভালেমান সালসলনি ঘটিছিল?
(ক) যাতায়ত ব্যৱস্থাৰ।
(খ) প্ৰশাসন ব্যৱস্থাৰ।
(গ) যোগাযোগ ব্যৱস্থাৰ।
Answer: প্ৰশাসন ব্যৱস্থাৰ।
৭) আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল?
(ক) শুদ্ধ।
(খ) অশুদ্ধ।
Answer: শুদ্ধ।
৮) খিলিজি বংশ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ আছিল?
(ক) ১৪১৪-১৪৫১ খ্ৰীঃ।
(খ) ১৩২০-১৪১৪ খ্ৰীঃ।
(গ) ১২৯০-১৩২০ খ্ৰীঃ।
Answer: ১২৯০-১৩২০ খ্ৰীঃ।
৯) কাৰ ৰাজত্বকালত দিল্লীৰ চুলতানী শাসন সম্প্ৰসাৰণ ঘটিছিল?
(ক) আকবৰৰ ৰাজত্বকালত।
(খ) চাহজাহানৰ ৰাজত্বকালত।
(গ) কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।
Answer: কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।
১০) চুলতানী যুগ কাক কোৱা হয়?
(ক) চুলতান সকলক।
(খ) কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।
(গ) ওপৰৰ এটাও নহয়।
Answer: কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।
১১) দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা কোন?
কনকলতা।
চুলতানা ৰেজিয়া।
মূলাগাভৰু।
Answer: চুলতানা ৰেজিয়া।
১২) লোডী বংশৰ শেষ চুলতান কোন?
ইভনবটুতা।
ইব্ৰাহিম লোডী।
ওপৰৰ এটাও নহয়।
Answer: ইব্ৰাহিম লোডী।
১৩) প্ৰথম তুৰ্কী অভিযান উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ পোৱা যায়।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
১৪) ইলটুতমিছ কোন?
টোগলক বংশৰ প্ৰথম চুলতান
দাস বংশৰ শ্ৰেষ্ঠ চুলতান।
ওপৰৰ এটাও নহয়।
Answer: দাস বংশৰ শ্ৰেষ্ঠ চুলতান।
১৫) কাৰ মৃত্যুৰ পিছত ছৈয়দ নামৰ আন এটা ৰাজবংশই দিল্লীত ৰাজত্ব কৰিছিল?
মামুদছাহৰ।
আলেকজেণ্ডাৰ।
ওপৰৰ এটাও নহয়।
Answer: মামুদছাহৰ।
১৬) ছৈয়দ বংশৰ ৰজাসকলে নিডকে কাৰ জীৱৰীৰ বংশধৰ বুলি চিনাকি দিছিল?
হজৰদ মহম্মদৰ জীৱৰীৰ।
মহম্মদ ঘোৰীৰ জীৱৰীৰ।
ওপৰৰ এটাও নহয়।
Answer: হজৰদ মহম্মদৰ জীৱৰীৰ।
১৭) কোন প্ৰথম তুৰ্কী-আফগান চুলতান আছিল?
দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।
মোবাৰক ছাহ।
খিজিৰ খাঁ।
Answer: দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।
১৮) চুলতানী যুগত বজাৰ ব্যৱস্থাৰ ভূ-ৰখাৰ বাবে ৰজাই কাক নিয়োগ ৰাখিছিল?
মন্ত্ৰীক।
জনসাধাৰণক।
চোৰাংচোৱাক।
Answer: চোৰাংচোৱাক।
১৯) ফিৰোজছাহ টোগলকে কেইখন নগৰ নিৰ্মাণ কৰিছিল?
৪ খন।
৯ খন।
৫ খন।
Answer: ৫ খন।
২০) চুলতান কুতুবুদ্দিনৰ সেনাপতি কোন আছিল?
ইবন-বখ্তিয়াৰ খিলিজি।
চুলতান মামুদ।
ওপৰৰ এটাও নহয়।
Answer: ইবন-বখ্তিয়াৰ খিলিজি।