Chapter 1
আহোমসকল
১। আহোমসকল ক’ত অহাৰ পৰা আহোম নামে জনাজাত হ’ল ?
(ক) চীন দেশত
(খ) অসমত
(গ) কাৰ্বি আংলঙত
উত্তৰঃ (খ) অসমত
২। আহোমসকলক টাইসকলৰ মাজত কি বুলি জনা যায় ?
(ক) ডাঙৰ ফৈদ
(খ) টাই বা শ্য়ান
(গ) ইয়াৰ ভিতৰত এটাও নহয়ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) ডাঙৰ ফৈদ
৩। আহোমসকল অসমত কিমান বছৰ কাল ৰাজ্য় শাসন কৰে ?
(ক) ৬০০ বছৰ কাল
(খ) ২০ বছৰ কাল
(গ) ৬০০ বছৰৰ অধিক কাল
উত্তৰঃ (গ) ৬০০ বছৰৰ অধিক কাল
৪। আজৰি সময়ত পুৰুষসকলে কি পুহিছিল ?
(ক) হাঁহ পুহিছিল
(খ) গছ মুগা পুহিছিল
(গ) গৰু পুহিছিল
উত্তৰঃ (খ) গছ মুগা পুহিছিল
৫। আহোমসকলৰ মুখ্য় আহাৰ কি ?
(ক) ভাত
(খ) ৰুটি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) ভাত
৬। আহোমসকলৰ বিবাহ কি কি পদ্ধতিৰে সম্পাদন কৰা হয় ?
(ক) ৰাইজৰ নিয়মৰ মতে
(খ) চকলং আৰু দেওবান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) চকলং আৰু দেওবান
৭। অসমৰ ইতিহাসত দেশপ্ৰেমিক বীৰ বুলি ক’লে কাক জনা যায় ?
(ক) লাচিত বৰফুকন
(খ) কৃষ্ণকান্ত সন্দিকৈ
(গ) প্ৰণেতা টেঙাই মহন
উত্তৰঃ (ক) লাচিত বৰফুকন
৮। লাচিত বৰফুকনৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৭১৫ চনত
(খ) ১৮৯৮ চনত
(গ) ১৬১২ খ্ৰীষ্টাব্দ
উত্তৰঃ (গ) ১৬১২ খ্ৰীষ্টাব্দ
৯। শৰাইঘাট যুদ্ধৰ সময়ত লাচিতৰ কি হৈছিল ?
(ক) ভয় লাগিছিল
(খ) অসুস্থতাত ভুগিছিল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অসুস্থতাত ভুগিছিল
১০। লাচিত বৰফুকনৰ কত মৃত্য়ু হয় ?
(ক) গুৱাহাটীত
(খ) নগাওঁত
(গ) মৰিগাওঁ
উত্তৰঃ (ক) গুৱাহাটীত
১১। লালুকসোলাই ছু-লিক্-ফাক ৰজা পাতিয়েই ছ্য়ু-দৈয় স্বৰ্গদেৱক কি খোৱালে ?
(ক) বিহ
(খ) অমৃত
(গ) ভাত
উত্তৰঃ (ক) বিহ