Chapter 6
বায়ু আৰু আমাৰ চৌপাশ
অনুশীলনী
১। উত্তৰ লিখা –
(ক) বায়ু কি ?
উত্তৰঃ
(খ) জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি ?
উত্তৰঃ
(গ) উশাহত লোৱা বায়ু কেনে হ’ব লাগে?
উত্তৰঃ
(ঘ) বতাহ কাক বোলে ?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা –
(ক) বায়ু আমি চকুৰে দেখা _________।
(খ) জোৰেৰে বলা বতাহক _____ বোলে ।
(গ) উদ্ভিদে বায়ুপৰা ______ গেছ সংগ্ৰহ কৰি প্ৰ’টিন তৈয়াৰ কৰে ।
(ঘ)_____ বায়ু স্বাস্থ্য়ৰ বাবে হানিকৰাক ।
৩। শুদ্ধ উত্তৰটো বাছি‘উলিওৱা☑ চিন দিয়া
(ক) নিৰ্মল বায়ুৰ বৰণ আছে /নাই।
উত্তৰঃ
(খ) বায়ু আমি দেখোঁ/ অনুভৱ কৰোঁ ।
উত্তৰঃ
(গ) জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে / নালাগে।
উত্তৰঃ
(ঘ) প্ৰদূষিত বায়ু স্বাস্থ্য়ৰ বাবে হানিকাৰক হয় /নহয় ।
উত্তৰঃ
৪। বায়ু চাৰিটা ব্যৱহাৰৰ বিষয়ে লিখা ।
উত্তৰঃ
৫।(ক) দূষিত বায়ুৰপৰা হ’ব পৰা তিনিটা বেমাৰৰ নাম লিখা ?
উত্তৰঃ
(খ) বায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰিটা উপায় লিখা ।
উত্তৰঃ
(গ) পাৰ্থক্য লিখাঃ ধুমুহা আৰু ফিৰফিৰীয়া বতাহ ।
উত্তৰঃ
৬। পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি ইঠে কিয় ?
উত্তৰঃ