Chapter-16
ৰংমনৰ চিঠি
১) ৰংমনৰ ঘৰ ক’ত আছিল ?
(ক) জালুকবাৰীত
(খ) চামগুৰি
(গ) গুৱাহাটী
উত্তৰঃ (ক) জালুকবাৰীত।
২) ৰংমনৰ মাকে কি চাকৰি কৰে ?
(ক) শিক্ষক
(খ) বেংকত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) বেংকত।
৩) ৰংমনৰ দেউতাকে কি কৰে ?
(ক) ব্যৱসায়
(খ) কোম্পানীৰ বিষয়া
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) কোম্পানীৰ বিষয়া।
৪) ৰংমনে স্কুলত আহোতে মাক-দেউতাকক কিমান টকা আনিব কৈছে ?
(ক) ৯০০ টকা
(খ) ৫০০ টকা
(গ) ২০০ টকা
উত্তৰঃ (ক) ৯০০ টকা।
৫) ৰংমন কোন স্কুলত পঢ়ে ?
(ক) মহিলা হোমত
(খ) শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) শংকৰদেৱ শিশু নিকেতম ছাত্ৰাবাস গীতাশ্ৰম।
৬) ৰংমন ঘৰলৈ কেতিয়া অহা কথা কৈছে ?
(ক) বিহু বন্ধত
(খ) পূজা বন্ধত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) বিহু বন্ধত।
৭) ৰংমনে কোনটো বিহুত অহা কথা কৈছে ?
(ক) মাঘ বিহুত
(খ) বহাগ বিহুত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।
৮) ৰংমনৰ স্কুলত কিমান টকা দিবলগা হয় আছে ?
(ক) ৭৫০ টকা
(খ) ৮৬০ টকা
(গ) ৪৩৪ টকা
উত্তৰঃ (খ) ৮৬০ টকা।
৯। ধনী বিপৰীত শব্দ কি ?
(ক) দূখীয়া
(খ) মৰমিয়াল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) দূখীয়া।
১০। আপদৰ যুৰীয়া শব্দ কি ?
(ক) দায়
(খ) বিপদ
(গ) বিৰিখ
উত্তৰঃ (খ) বিপদ।
১১। ৰংমনে ক’ত পঢ়ে ?
(ক) ছাত্ৰাবাসত
(খ) জালুকবাৰীত
(গ) মৰিগাৱত
উত্তৰঃ (ক) ছাত্ৰাবাসত।
১২। কি বাৰত ছাত্ৰাবাসৰ আচাৰ্যই ফোন ধৰিবলৈ দিয়ে ?
(ক) বুধবাৰে
(খ) শনিবাৰে
(গ) ৰবিবাৰে
উত্তৰঃ (খ) শনিবাৰে।
১৩। বিহু বুলি ছাত্ৰাবাস কিমান দিন বন্ধ থাকিব ?
(ক) এসপ্তাহ
(খ) এমাহ
(গ) পোন্ধৰ দিন
উত্তৰঃ (ক) এসপ্তাহ।
১৪। ৰংমনে ছাত্ৰাবাসত কিমান টকা দিবলগীয়া হৈ আছিল ?
(ক) ৯০০ টকা
(খ) ৮৬০ টকা
(গ) ৬৯০ টকা
উত্তৰঃ (খ) ৮৬০ টকা।
১৫। ৰংমনে মাকহঁতক আহোঁতে লগত কিমান টকা আনিবলৈ কৈছিল ?
(ক) ৯০০ টকা
(খ) ৮০০ টকা
(গ) ৭০০ টকা
উত্তৰঃ (ক) ৯০০ টকা।
১৬। ছাত্ৰাবাসত থাকি ৰংমনৰ কেনেকুৱা লাগিছিল ?
(ক) বেয়া লাগিছিল
(খ) বেয়া লগা নাছিল
(গ) এটাও নহয়
উত্তৰঃ (খ) বেয়া লগা নাছিল।
১৭। আবেলি ছাত্ৰাবাসত সকলোৱে কি কৰে ?
(ক) সৰস্বতী বন্দনা কৰে
(খ) খেলে
(গ) সাধু শুনে
উত্তৰঃ (খ) খেলে।
১৮। সেইদিনা কাৰ হাতত ম’বাইল ফোন এটা দেখি অধীক্ষকগৰাকীয়ে পঠিয়াই দিবলৈ খুজিছিল ?
(ক) কেশৱৰ হাতত
(খ) ৰংমনৰ হাতত
(গ) ওপৰৰ দুয়োটা
(ক) কেশৱৰ হাতত।
১৯। ৰাতি ভোজন কৰাৰ আগত কি কৰিব লাগে ?
(ক) ভোজন মন্ত্ৰ কৰিব লাগে
(খ) সৰস্বতী বন্দনা কৰিব লাগে
(গ) আচাৰ্যক সেৱা কৰিব লাগে
উত্তৰঃ (ক) ভোজন মন্ত্ৰ কৰিব লাগে।
২০। ৰংমনে পঢ়া ছাত্ৰাবাসখনৰ নাম কি ?
(ক) হোজাই গীতাশ্ৰম ছাত্ৰাবাস
(খ) শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস
(গ) এটাও নহয়
উত্তৰঃ (খ) শংকৰদেৱ শিশু নিকেতন ছাত্ৰাবাস।
Type By- Subhas Nath