Chapter 12
এম.এচ. ৰ্ৱড(MS Word)
১। বৰ্তমান সময়ত বিশ্বৰ আতাইতকৈ জনপ্ৰিয় টো কি ?
(ক)MS – office
(খ)MS – Word
(গ)MS – word window
উত্তৰঃ (খ)MS – Word
২। Notepad , Word pad আৰু paint ত কৰিব পৰা কাম সমূহ MS- Word ত সহজতে কৰিব ?
(ক)নোৱাৰি
(খ)পাৰি
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)পাৰি
৩। (office button) ৰ ভিতৰত কি click কৰিব লাগে ?
(ক)close button ত click
(খ)print option ত click
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)close button ত click
৪। ইতিমধ্য save হৈ থকা ফাইল কাম কৰি পুনৰ save কৰিবলৈ কি লাগে ?
(ক)MS – Word Window ত
(খ)office button ত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)office button ত
৫। MS- Word ৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ?
(ক)office button
(খ)document
(গ)save button
উত্তৰঃ (খ)document
৬। (Document) এখন paint কৰিবলৈ হ’লে প্ৰথমে কি কৰিব লাগে ?
(ক)office button
(খ)print Window
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)office button
৭। (Bold) দে কি কাম কৰে ?
(ক)আখৰ বিভিন্ন ৰং কৰে
(খ)আখৰ কলা কৰে
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)আখৰ কলা কৰে
৮। Help button ৰ সহায়ত MS – word ৰ প্ৰতিটো কাৰ্যৰ সহায় লব পৰা ?
(ক)লব পৰা নাযায়
(খ)লব পৰা যায়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)লব পৰা যায়
৯। খোল খাই থকা FILE টো বন্ধ কৰিবলৈ কিহত CLICK কৰিব লাগে ?
(ক)office button click
(খ)Print option click
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)office button click
১০। সকলো option প্ৰয়োজন পূৰোৱাৰ পিছত কি click কৰিব লাগে ?
(ক)ok button
(খ)office button
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)ok button
১১। কোনো চিঠি, তথ্য়, দৰ্খাস্ত আদি টাইপ কৰিবৰ বাবে কি ব্য়ৱহাৰ কৰা ?
(ক)মবাইল
(খ)টিভি
(গ)এম.এচ ৱৰ্ড
উত্তৰঃ (গ)এম.এচ ৱৰ্ড
১২। এম.এচ.ৱৰ্ডৰ গোটেই পৃষ্ঠাটোক কি বুলি কোৱা হয় ?
(ক)File
(খ)Document
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)Document
১৩। এটা নতুন ফাইল বনোৱাৰ পাছত তাক ভৱিষ্য়তে ব্য়ৱহাৰ কৰিবলৈ কি কৰিব লাগিব ?
(ক)ওপৰৰ এটাও নহয়
(খ)মচিব লাগিব
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)ওপৰৰ এটাও নহয়
১৪। ফাইল বনোৱাৰ চৰ্ট নিয়ম কি ?
(ক)Ctrl+T
(খ)Ctrl+P
(গ)Ctrl+N
উত্তৰঃ (গ)Ctrl+N
১৫। MS word ত কম্পিউটাৰ খোলাৰ স্তৰ কেইটা কি কি ?
(ক)Start → All program → Ms-Office →Ms-Word
(খ)Start → Ms Word → All program → Ms Office
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)Start → All program → Ms-Office →Ms-Word
১৬। MS word ৰ File ৰ extension টো কি ?
(ক)Documents
(খ)Docs
(গ)File
উত্তৰঃ (খ)Docs
১৭। গোটেই ফাইলটোৰ তথ্য়খিনি Select কৰিব লাগিলে তাৰ Shortcut টো কি ?
(ক)Ctrl+A
(খ)Ctrl+B
(গ)Ctrl+V
উত্তৰঃ (ক)Ctrl+A
১৮। সকলো Option প্ৰয়োজন পূৰোৱাৰ পিছত কিহত ক্লিক কৰিলে Print কৰিব খোজা পৃষ্ঠাকেইটা Print হৈ ওলাই আহিব ?
(ক)Not Ok Button ত
(খ)Ok Button ত
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)Ok Button ত
১৯। কম্পিউটাৰৰ ব্ৰেইন বুলি কাক কোৱা হয় ?
(ক)মাউচ
(খ)CPU
(গ)মনিটৰ
উত্তৰঃ (খ)CPU
২০। হালি থকা আখৰক কি বুলি কোৱা হয় ?
(ক)Bold
(খ)Underline
(গ)Italic
উত্তৰঃ (গ)Italic