Chapter 10
কম্পিউটাৰ বৈশিষ্ট্য আৰু সুবিধা – অসুবিধাৰ সমূহ
১। কম্পিউটাৰ বৈশিষ্ট্য কেইটা ?
(ক)১৫ টা
(খ)১০ টা
(গ)৮ টা
উত্তৰঃ (গ)৮ টা
২। কম্পিউটাৰ কোনো জ্ঞান ?
(ক)নাথাকে
(খ)থাকে
(গ)ইয়াৰ ভিতৰচত এটাও নহয়
উত্তৰঃ (ক)নাথাকে
৩। কম্পিউটাৰ ব্যৱহাৰ কেইটা ?
(ক)৮ টা
(খ)৯ টা
(গ)১০ টা
উত্তৰঃ (গ)১০ টা
৪। ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা (Command) ই মূহুৰ্ততদে কাৰ্যকাৰ ী ?
(ক)নকৰে
(খ)কৰে
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)কৰে
৫। কম্পিউটাৰ যিকোনো গণনা কাম খৰতকীয়াকৈ কৰিব ?
(ক)পাৰে
(খ)নোৱাৰে
(গ)ইয়াৰ বিতৰত এটাও নহয়
উত্তৰঃ (ক)পাৰে
৬। ই একে ৰাহে কেইবাধৰণৰ কি কৰিব পাৰে ?
(ক)ভাগ কৰিব পাৰে
(খ)কামো সম্পাদন কৰিব পাৰে
(গ)ইয়াৰ ভিচতৰত এটাও নহয়
উত্তৰঃ (খ)কামো সম্পাদন কৰিব পাৰে
৭। বেংক, জীৱন বীমা আদিত কম্পিউটাৰ ব্যৱহাৰ কৰা ?
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
৮। বতৰৰ আগজাননী দিয়া (E-mail) কিহত পঠোৱা হয় ?
(ক)মবা’ইল
(খ)কম্পিউটাৰ
(গ)ইয়াৰ ভিতৰত এটাৈও নহয়
উত্তৰঃ (খ)কম্পিউটাৰ
৯। কম্পিউটাৰৰ কি কি সঁজুলি ?
(ক)UPS ,CPU আদি
(খ)মেমৰী , চিম আদি
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)UPS ,CPU আদি
১০। বৰ্তমান কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধা কৰিব ?
(ক)নোৱাৰে
(খ)পাৰে
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)পাৰে
১১। কম্পিউটাৰে যিকোনো গণনাৰ কাম কেনেদৰে কৰিব পাৰে ?
(ক)খৰতকীয়াকৈ
(খ)লাহেকৈ
(গ)বহুত সৰকৈ
উত্তৰঃ (ক)খৰতকীয়াকৈ
১২। কম্পিউটাৰ স্মৃতিৰ ভঁৰাল অতি বৃহৎ অৰ্থাৎ ইয়াত কেনেধৰণৰ তথ্য় সংৰক্ষণ কৰিব পাৰে ?
(ক)কম পৰিমাণৰ
(খ)বৃহৎ পৰিমাণৰ
(গ)তথ্য় সংৰক্ষণ কৰিব নোৱাৰি
উত্তৰঃ (খ)বৃহৎ পৰিমাণৰ
১৩। কম্পিউটাৰে বহু সময় কাম কৰিলে কি হয় ?
(ক)ভাগৰ নালাগে
(খ)দুৰ্বল হৈ যায়
(গ)শক্তি কমি যায়
উত্তৰঃ (ক)ভাগৰ নালাগে
১৪। বিদ্য়ুৎ শক্তি অবিহনে কম্পিউটাৰ চলিব পাৰে নে ?
(ক)পাৰে
(খ)নোৱাৰে
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)নোৱাৰে
১৫। কম্পিউটাৰ এটা কি যন্ত্ৰ ?
(ক)দুৰ্বল
(খ)ব্য়বহুল
(গ)স্বয়ংক্ৰিয়
উত্তৰঃ (খ)ব্য়বহুল
১৬। টেলিফোনৰ বিলসমূহ কিহৰ দ্বাৰা নিৰ্ধাৰিত কৰা হয় ?
(ক)ম’বাইলৰ দ্বাৰা
(খ)হাতৰ দ্বাৰা
(গ)কম্পিউটাৰ দ্বাৰা
উত্তৰঃ (গ)কম্পিউটাৰ দ্বাৰা
১৭। কম্পিউটাৰৰ নিজৰ কি নাই ?
(ক)বুদ্ধি নাই
(খ)বুদ্ধিমত্তা নাই
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
১৮। দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত নতুন কম্পিউটাৰ উদ্ভাৱনত কি হৈছে ?
(ক)জটিলতা আহিছে
(খ)সহজ হৈছে
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)জটিলতা আহিছে
১৯। কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ __________ ?
(ক)স্পৰ্শহীন
(খ)স্পৰ্শকাতৰ
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (খ)স্পৰ্শকাতৰ
২০। কম্পিউটাৰত ভাষা সলনি কৰিব পাৰি নে ?
(ক)পাৰি
(খ)নোৱাৰি
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)পাৰি