Chapter 9
মাই কম্পিউটাৰ (My computer)
১। মাই কম্পিউটাৰ পৰ্দাখনত কম্পিউটাৰৰ অন্তৰ্গত Drive সমূহ দেখিবলৈ পোৱা ?
(ক)নাযায়
(খ)যায়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)যায়
২। কি এখঝন ভৰাই মাই কম্পিউটাৰৰ জৰিয়তে চলাব পৰা যায় ?
(ক)CD – ROM ত CD
(খ)C Drive ত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)CD – ROM ত CD
৩। ডিস্ক কেই প্ৰকাৰৰ ?
(ক)৩ প্ৰকাৰৰ
(খ)২ প্ৰকাৰৰ
(গ)১ প্ৰকাৰৰ
উত্তৰঃ (খ)২ প্ৰকাৰৰ
৪। ডিস্কৰ প্ৰথম অৱস্থাত বহু পৰিমানে ব্যৱহাৰ হৈছিল কিন্তু অত্যাধুনিক তথ্য সংৰক্ষণ বোৰ কি হৈ গৈছিল ?
(ক)নোহোৱা হৈ গৈছিল
(খ)ভাল হৈ গৈছিল
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)ভাল হৈ গৈছিল
৫। (CD) কেই প্ৰকাৰৰ ?
(ক)৩ প্ৰকাৰৰ
(খ)৪ প্ৰকাৰৰ
(গ)২ প্ৰকাৰৰ
উত্তৰঃ (গ)২ প্ৰকাৰৰ
৬। কি মূল্য তুলনামূলকভাৱে যথেষ্ট কম আৰু সহজতে নষ্ট হৈ নাযাই ?
(ক)তথ্য সংৰক্ষণ
(খ)ফ্লপি ডিস্ক
(গ)ফ্লাশ মেমৰী
উত্তৰঃ (গ)ফ্লাশ মেমৰী
৭। মাই কম্পিউটাৰ হ’ল কম্পিউটাৰ মুখ্য Folder ?
(ক)হয়
(খ)নহয়
(গ)ইউয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
৮। ডি. ভি. ডি . সম্পূৰ্ণ নাম টো কি ?
(ক)Digital versatile Disk
(খ)Hard Disk
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(ক)Digital versatile Disk
৯। এবিধ সঁজুলি যি আজি কালি ব্যৱহাৰ হোৱা দেখা যায় ?
(ক)ডি. ভি . ডি
(খ)পেন- ড্ৰাইভ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)পেন- ড্ৰাইভ
১০। (CD) এখন মাই কম্পিউটাৰ জৰিয়তে চলাব ?
(ক)নোৱাৰি
(খ)পাৰি
(গ)ইয়াৰ ভিতচৰত এটাও নহয়
উত্তৰঃ (খ)পাৰি
১১। মাই কম্পিউটাৰত কি কৰিব পাৰি ?
(ক)ছবি আঁকিব পাৰি
(খ)তথ্য় জমা কৰি ৰাখিব পাৰি
(গ)সকলো কৰিব পাৰি
উত্তৰঃ (খ)তথ্য় জমা কৰি ৰাখিব পাৰি
১২। মাই কম্পিউটাৰত ফাইল মচিব পাৰি নে ?
(ক)পাৰি
(খ)নোৱাৰি
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)পাৰি
১৩। মাই কম্পিউটাৰৰ Drive ৰ C Drive টোৱে কি বুজাই ?
(ক)ৰেম
(খ)মেমৰী
(গ)হাৰ্ড ডিক্স
উত্তৰঃ (গ)হাৰ্ড ডিক্স
১৪। কম্পিউটাৰৰ হাৰ্ড ডিক্সৰ ভাগ কি ?
(ক)C Drive
(খ)D Drive
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
১৫। ফ্লপি ডিস্ক কেই প্ৰকাৰৰ ব্য়ৱহাৰ বেছি ?
(ক)তিনি প্ৰকাৰৰ
(খ)পাঁচ প্ৰকাৰৰ
(গ)দুই প্ৰকাৰৰ
উত্তৰঃ (গ)দুই প্ৰকাৰৰ
১৬। তথ্য় সংৰক্ষণ সঁজুলিত কম্পিউটাৰৰ তথ্য়সমূহ কি কৰি ৰাখিব পাৰি ?
(ক)ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি
(খ)সংৰক্ষণ কৰি
(গ)সংৰক্ষণ কৰিব নোৱাৰি
উত্তৰঃ (ক)ভৱিষ্য়তৰ বাবে সংৰক্ষণ কৰি
১৭। CD Drive দেখাত কেনেকুৱা ?
(ক)চৰ্তুভূজৰ নিচিনা
(খ)বৃত্তৰ নিচিনা
(গ)বৰ্গৰ নিচিনা
উত্তৰঃ (খ)বৃত্তৰ নিচিনা
১৮। CD কেইধৰণৰ আছে ?
(ক)দুই ধৰণৰ
(খ)সাত ধৰণৰ
(গ)পাঁচ ধৰণৰ
উত্তৰঃ (ক)দুই ধৰণৰ
১৯। CD এখন মাই কম্পিউটাৰৰ জৰিয়তে চলাব পাৰিনে ?
(ক)পাৰি
(খ)নোৱাৰি
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)পাৰি
২০। মাই কম্পিউটাৰ হ’ল কম্পিউটাৰৰ মুখ্য় Folder। হয়নে নহয়
(ক)হয়
(খ)নহয়
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)হয়