Chapter 8
কেলকুলেটৰ (calculator)
১। Windows Operating System ৰ অন্তৰ্গত কিছুমান সৰু অথচ লাগতিয়াল চফটৱেৰ আছে যিবিলাক আমাক বহু ক্ষেত্ৰত বহু ধৰণে সহায় ?
(ক)নকৰে
(খ)কৰে
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)কৰে
২। কেলকুলেটৰতো কেৱল সংখ্যাত্মক বোৰ কি কি?
(ক)যোগ , বিয়োগ
(খ)হৰণ ,পূৰণ
(গ)ইয়াৰ থকা সকলো বোৰ
উত্তৰঃ (গ)ইয়াৰ থকা সকলো বোৰ
৩। কেলকুলেটৰটোৰ সংখ্যাৰ কী সমূহ কিহৰ সহায়ত ক্লিক কৰি কাৰ্য সমাধা কৰিব পাৰি ?
(ক)কম্পিউটাৰ
(খ)মাউচ
(গ)কী – বোৰ্ড
উত্তৰঃ (খ)মাউচ
৪। কেলকুলেটৰ আমি কেই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ?
(ক)৩ ধৰণে
(খ)২ ধৰণে
(গ)৪ ধৰণে
উত্তৰঃ (খ)২ ধৰণে
৫। ডেস্কটপৰ পৰা কেলকুলেটৰলৈ যোৱা পথটো কি ?
(ক)Start → Calculator → Accessories → Programs
(খ)Start → Calculator→ Accessories → Programs
(গ)Start → Programs → Accessories → Calculator
উত্তৰঃ (গ)Start → Programs → Accessories → Calculator
৬। কেলকুলেটৰ দুই ধৰণ হ’ল—
(ক)Standard আৰু Scientific
(খ)Internal আৰু External
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)Standard আৰু Scientific
৭। Standard কেলকুলেটৰত কি কি কৰিব পাৰি ?
(ক)যোগ, বিয়োগ
(খ)পূৰণ, হৰণ
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
৮। কেলকুলেটৰত সংখ্য়াৰ কী সমূহ কিহৰ সহায়ত সমাধা কৰিব পাৰি ?
(ক)চি.পি.ইউৰ সহায়ত
(খ)মাউচৰ সহায়ত
(গ)মনিটৰৰ সহায়ত
উত্তৰঃ (খ)মাউচৰ সহায়ত
৯। Scientific কেলকুলেটৰত কি কি কৰিব পাৰি ?
(ক)যোগ, বিয়োগ
(খ)আভিযান্ত্ৰিক গণনা
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
১০। ‘÷’ এইটো কিহৰ চিন ?
(ক)পূৰণ
(খ)হৰণ
(গ)যোগ
উত্তৰঃ (খ)হৰণ