Chapter 7
পেইণ্ট (paint)
১। (Ctrl – s টিপিলে কি হয় ?
(ক)save হয়
(খ)Date হয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)save হয়
২। Windows ৰ পৰা DOS Kane (open) কৰা ?
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
৩। কামাণ্ড সহায়ত নতুন ফাইল বনাব পাৰি ?
(ক)type (টাইপ)
(খ)Exit (এক্সিট )
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)Exit (এক্সিট )
৪। কামাণ্ড সহায়ত (directory) পাৰি ?
(ক)MD বা MKDIR ( মেক ডাইৰেক্টৰী )
(খ)CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)CD বা CHDIR (চেঞ্জ ডাইৰেক্টৰী )
৫। (DOS) ত বৰ্তমান সময় চাবৰ বাবে কি ব্যৱহাৰ কৰা হয় ?
(ক)Date
(খ)time
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)time
৬। অকাঁ ছবিখন ডাঙৰ বা সৰু কৰিব কি ব্যৱহাৰ কৰা হয় ?
(ক)dialog box ok button click ত
(খ)Resize button Click ত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)Resize button Click ত
৭। ছবি অকাঁ সম্পূৰ্ণৰ হোৱাৰ পিছত (paint button) ত click কৰিব ?
(ক)নালাগিব
(খ)লাগিব
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)লাগিব
৮। পলিগন টুল (Polygon tool) এই টুলৰ সহায়ত আমি কি চিত্ৰ আঁকিব পাৰিম ?
(ক)আয়ত চিত্ৰ
(খ)ষড়ভূজৰ চিত্ৰ
(গ)ৰেখা চিত্ৰ
উত্তৰঃ (খ)ষড়ভূজৰ চিত্ৰ
৯। টেক্স টুল (text tool) ৰ সহায়ত কি পৰ্দাত লিখিব পাৰি ?
(ক)বেকা ৰেখা পৰ্দাত
(খ)আখৰ পৰ্দাত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)আখৰ পৰ্দাত
১০। পিক কালাৰ টুল সহায়ত এটা অংশৰ ৰং কপি কৰি আন এ্ৰটা অংশৰ দিব ?
(ক)নোৱাৰি
(খ)পাৰি
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)পাৰি
১১। পেইণ্ট এবিধ কি ?
(ক)হাৰ্ডৱেৰ
(খ)চফটৱেৰ
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)চফটৱেৰ
১২। পেইণ্টৰ Window খনক কেইটা ভাগত ভাগ কৰা হৈছে ?
(ক)চাৰিটা
(খ)দুটা
(গ)তিনিটা
উত্তৰঃ (গ)তিনিটা
১৩। ইৰেজাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?
(ক)ছবি আকিব পাৰি
(খ)কোনো তথ্য় সংৰক্ষণ কৰিব পাৰি
(গ)ছবি মচিব পাৰি
উত্তৰঃ (গ)ছবি মচিব পাৰি
১৪। লাইন টুলে কি কৰে ?
(ক)পৰ্দাত আখৰ লিখিব পাৰি
(খ)বেকা ৰেখা আঁকিব পাৰি
(গ)ৰং স্প্ৰে কৰিব পাৰি
উত্তৰঃ (খ)বেকা ৰেখা আঁকিব পাৰি
১৫। গোলাকাৰ টুলৰ সহায়ত কি কৰিব পাৰি ?
(ক)গোলাকৰ চিত্ৰ আঁকিব পাৰি
(খ)ত্ৰিভূজ চিত্ৰ আঁকিব পাৰি
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)গোলাকৰ চিত্ৰ আঁকিব পাৰি
১৬। Paint Option ত ক্লিক কৰাৰ লগে লগে পেইণ্টত কি হয় ?
(ক)নতুন ফাইল অপেন হয়
(খ)ফাইল কটা যায়
(গ)Window খন Open হয়
উত্তৰঃ (গ)Window খন Open হয়
১৭। Paint ত নতুন ফাইল খোলাৰ Shortcut কি ?
(ক)Ctrl+I
(খ)Ctrl+N
(গ)Ctrl+F
উত্তৰঃ (খ)Ctrl+N
১৮। Paint ত Save কৰাৰ চৰ্টকাট কি ?
(ক)Ctrl+S
(খ)Ctrl+V
(গ)Ctrl+X
উত্তৰঃ (ক)Ctrl+S
১৯। প্ৰয়োজন হ’লে আমি Save কৰা ফাইলটো চাব পাৰোঁ নে ?
(ক)পাৰোঁ
(খ)নোৱাৰে
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)পাৰোঁ
২০। ফাইল এটা Open কৰা Shortcut কি ?
(ক)Ctrl+N
(খ)Ctrl+P
(গ)Ctrl+O
উত্তৰঃ (গ)Ctrl+O