Chapter 5
পানী
উত্তৰ দিয়াঃ
নৈ-বিল , জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক’ত ক’ত থাকে ?
উত্তৰঃ
উত্তৰ দিয়াঃ
ক) আমি পানী ক’ত ক’ত পাওঁ।
উত্তৰঃ-
খ) পানীৰ বিভিন্ন ৰূপসমূহ লিখা।
উত্তৰঃ-
গ) পানী উতলিলে কেনে শব্দ হয়।
উত্তৰঃ-
ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়।
উত্তৰঃ-
‘মই য’তেই থাকো তাৰেই আকাৰ লওঁ।’ — পাঠটোত পানীয়ে কি কি আকাৰ লোৱা কথা কৈছে ?
উত্তৰঃ
তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰা।
শব্দ অৰ্থ
আকাৰ – গঢ়
সূক্ষ্ম – অতি সৰু
ছিদ্ৰ – বিন্ধা
অবিৰাম – নেৰা – নেপেৰা
সুৰুঙা – জলঙা
ধৰা – পৃথিৱী
উত্তৰ দিয়া।
ক) পানী ভাপ হৈ ক’লৈ যায় ।
উত্তৰঃ-
খ) পানী বৰষুণ হৈ কলৈ নামি আহে ।
উত্তৰঃ-
যুক্তাক্ষৰ গঠন কৰা।
ক্ষ + ম = ক্ষ্ম –
ঙ + গ = ঙ্গ –
বাক্য ৰচনা কৰা।
অবিৰাম –
জান – জুৰি
কুলু -কুলু –
সুৰুঙা –
ছিদ্ৰ –
কাষৰ ডুলিৰ পৰা শব্দ আনি মিলাই লিখা।
ক) দুৱাৰ /খিৰিকি বতাহত বন্ধ হ’লে –
খ) বতাহত বাহে বাহে ঘঁহনি খালে –
গ) বেল বাজিলে –
ঘ) পানী উতলিলে –
ঙ) জেঠীয়ে মাতিলে –
‘ভাপ হৈ আকাশলৈ উঁৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূঁৰো।
উত্তৰঃ
* কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা।
উত্তৰঃ
*কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীৰে বুৰাই থয়, তেতিয়া কি কি সমস্য়া হ’ব পাৰে তলত দিয়া তালিকাত নথিভুক্ত কৰা।
যদি পানী নোহোৱা হয়ঃ
যদি পৃথিৱীখন পানীৰে বুৰাই থয়