Chapter 5
কী-বৰ্ড আৰু কী সমূহ
১। ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ—-
(ক)হয়
(খ)নহয়
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)হয়
২। মনিষাই কি পৃষ্ঠাৰ এটা টোকা তেওঁ এজন সহপাঠীজনে লিখিব ললে ?
(ক)২৭ পৃষ্ঠাৰত
(খ)২৫ পৃষ্ঠাৰত
(গ)২৮ পৃষ্ঠাৰত
উত্তৰঃ (খ)২৫ পৃষ্ঠাৰত
৩। মনিষাই লিখিব দিয়া সহপাঠীখনৰ কামটো কিহৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লৈছিল ?
(ক)মবা’ইল ত
(খ)কম্পিউটাৰত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)কম্পিউটাৰত
৪। চেকেণ্ডেৰী মেমৰী লিখা সকলো তথ্য বা নিৰ্দেশাৱলী বোৰ কি দৰে জমা হৈ থাকে ?
(ক)save হৈ থাকে
(খ)স্থায়ীভাৱে হৈ থাকে
(গ)ইয়াৰ ভািতৰত এটাও নহয়
উত্তৰঃ (খ)স্থায়ীভাৱে হৈ থাকে
৫। কী -বোৰ্ডৰকী সমূহ আখৰ শঁখ্যা আৰু চিহ্নঅনুসতাৰে বেলেগ বেলেগ ভাগ কেইটা ?
(ক)৫ টা
(খ)৬ টা
(গ)৪ টা
উত্তৰঃ (গ)৪ টা
৬। এই কী- বোৰ্ডৰ আখৰ সংখ্যা আৰু কেত বোৰ চিহ্ন কী থাকে ই সাধাৰণতে কেই প্ৰকাৰৰ ?
(ক)৩ প্ৰকাৰৰ
(খ)২ প্ৰকাৰৰ
(গ)৪ প্ৰকাৰৰ
উত্তৰঃ (খ)২ প্ৰকাৰৰ
৭। ইংৰাজী বৰ্ণমালাৰ বৰ্ণসমূহ এই শ্ৰেণীৰ অন্তৰ্গত ইয়াৰ সৰ্বমুঠ কেইটা ?
(ক)৪৫ টা
(খ)৫২ টা
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ)৫২ টা
৮। চফটৱেৰভেদে ইয়াৰ কাম বেলেগ বেলেগ ই সহায়ত কী বুলি জনা যায় ?
(ক) Alternate key
(খ) Back s pace key
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) Alternate key
৯। Backspace কি কামত ব্যৱহাৰ কৰা হয় ?
(ক)আখৰ মচিবলৈ
(খ)আখৰ ৰং কৰিবলৈ
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)আখৰ মচিবলৈ
১০। (Scroll look key) কি কি কামত ব্যৱহাৰ কৰা হয় ?
(ক)বিভিন্ন কামত
(খ)এটা কামত
(গ)ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক)বিভিন্ন কামত
১১। কী-বোৰ্ড খন কি ডিভাইচ ?
(ক)ইনপুত ডিভাইচ
(খ)আউটপুত ডিভাইচ
(গ)ওপৰৰ দুয়োটা
উত্তৰঃ (ক)ইনপুত ডিভাইচ
১২। আমি কিহৰ যোগেদি কম্পিউটাৰত প্ৰয়োজনীয় তথ্য় যোগান ধৰিব পাৰোঁ।
(ক)মনিটৰৰ যোগেদি
(খ)চি.পি.ইউ
(গ)কী-বোৰ্ড
উত্তৰঃ (গ)কী-বোৰ্ড
১৩। সৰ্বসাধাৰণৰ বাবে নিৰ্মিত আৰু ব্য়ৱহাৰযোগ্য় কী-বোৰ্ডৰ ভাগ কেইটা ?
(ক)দুটা
(খ)তিনিটা
(গ)চাৰিটা
উত্তৰঃ (গ)চাৰিটা
১৪। এলফাবেট কীত কেইটা কী থাকে ?
(ক)৩০ টা
(খ)৫২ টা
(গ)৫৪ টা
উত্তৰঃ (খ)৫২ টা
১৫। কী বোৰ্ডৰ কীসমূহৰ ভিতৰত প্ৰধান কী কোনটো ?
(ক)Enter Key
(খ)Shift
(গ)Ctrl
উত্তৰঃ (ক)Enter Key
১৬। Ctrl কীক আৰু কি বুলি কোৱা হয় ?
(ক)Space Bar
(খ)সহায়ক কী
(গ)Tab Key
উত্তৰঃ (খ)সহায়ক কী
১৭। Esc Key, কী বোৰ্ডৰ ক’ত থাকে ?
(ক)মাজত
(খ)শেষত
(গ)প্ৰথমত
উত্তৰঃ (গ)প্ৰথমত
১৮। কী-বোৰ্ডত Delete কী কেইটা থাকে ?
(ক)দুটা
(খ)তিনিটা
(গ)এটাও পোৱা নাযায়
উত্তৰঃ (ক)দুটা
১৯। কী-বোৰ্ডত Arrorw Key সৰ্বমুঠ কেইটা থাকে ?
(ক)তিনিটা
(খ)দুটা
(গ)চাৰিটা
উত্তৰঃ (গ)চাৰিটা
২০। F1, F2 আদি কি কী (key) বুলি জনা যায় ?
(ক)কী বুলি
(খ)ফাংকশ্বন কী
(গ)ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)ফাংকশ্বন কী