Chapter 25
স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা
১। গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা ?
(ক)২ টা
(খ)৩ টা
(গ)৪ টা
উত্তৰঃ (খ)৩ টা
২। কিমান চনত গুৱাহাটীত প্ৰথম পৌৰ নিগম গঠন কৰা হৈছিল ?
(ক)১৯৫০ চনত
(খ)১৯৫২ চনত
(গ)১৯৭৪ চনত
উত্তৰঃ (গ)১৯৭৪ চনত
৩। স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?
(ক)৩ বছৰ
(খ)৫ বছৰ
(গ)৬ বছৰ
উত্তৰঃ (খ)৫ বছৰ
৪। নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয় ?
(ক)মেয়ৰ
(খ)পৌৰপতি
(গ)কাউন্সিল
উত্তৰঃ (গ)কাউন্সিল
৫। গাঁও পঞ্চায়তৰ সদস্য় সংখ্য়া কিমান ?
(ক)১০ জন
(খ)১২ জন
(গ)৩০ জন
উত্তৰঃ (ক)১০ জন
৬। গাওঁ পঞ্চায়তে কৰিব লগা কাম কি ?
(ক)হাট- বজাৰ
(খ)জনস্বাস্থ্য় শিক্ষা সম্প্ৰসাৰণ
(গ)জব কাৰ্ড
উত্তৰঃ (গ)জব কাৰ্ড
৭। জিলাৰ এখনৰ সামগ্ৰীৰ উন্নয়নৰ দায়িত্ব কাৰ ?
(ক)জিলা পৰিষদ
(খ)আঞ্চলিক পঞ্চায়ত
(গ)গাঁও পঞ্চায়ত
উত্তৰঃ (ক)জিলা পৰিষদ
৮। গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ ব্য়ৱস্থাটো কেই খলপীয়া ?
(ক)দুইখলপীয়া
(খ)তিনিখলপীয়া
(গ)চাৰিখলপীয়া
উত্তৰঃ (খ)তিনিখলপীয়া
৯। প্ৰতিটো উন্নয়ন খণ্ডতে কি গঠন কৰা হয় ?
(ক)আঞ্চলিক পঞ্চায়ত
(খ)গাওঁ পঞ্চায়ত
(গ)জিলা পৰিষদ
উত্তৰঃ (ক)আঞ্চলিক পঞ্চায়ত
১০। পৌৰসভাৰ সদস্য় সংখ্য়া কিমান জন থাকে ?
(ক)১০ৰ পৰা ২০ৰ ভিতৰত
(খ)১০ৰ পৰা ৩০ৰ ভিতৰত
(গ)২০ৰ পৰা ৪০ৰ ভিতৰত
উত্তৰঃ (খ)১০ৰ পৰা ৩০ৰ ভিতৰত