Chapter 23
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
১। কিমান চনত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হৈছিল ?
(ক)২০০২ চনত
(খ)২০০৫ চনত
(গ)২০১০ চনত
উত্তৰঃ (গ)২০১০ চনত
২। অধিকাৰ সীমাহীন
(ক)হয়
(খ)নহয়
(গ)এটাও নহয়
উত্তৰঃ (খ)নহয়
৩। কিমান বছৰৰ পৰা ভোট দিব পাৰে ?
(ক)৬ বছৰ
(খ)১৪ বছৰ
(গ)১৮ বছৰ
উত্তৰঃ (গ)১৮ বছৰ
৪। শাসন প্ৰণালী কি ?
(ক)গণতন্ত্ৰ
(খ)ৰাজতন্ত্ৰ
(গ)অভিজাততন্ত্ৰ
উত্তৰঃ (ক)গণতন্ত্ৰ
৫। ৰজাৰ শাসনক কি বোলে ?
(ক)গণতন্ত্ৰ
(খ)ৰাজতন্ত্ৰ
(গ)অভিজাততন্ত্ৰ
উত্তৰঃ (খ)ৰাজতন্ত্ৰ
৬। দক্ষিণ আফ্ৰিকাত কিমান চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল ?
(ক)১৫২৬ খ্ৰীঃত
(খ)১৯৪৭ খ্ৰীঃত
(গ)১৯৯৪ খ্ৰীঃত
উত্তৰঃ (গ)১৯৯৪ খ্ৰীঃত
৭। কিমান চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ?
(ক)১৪৪৯ চনত
(খ)১৮৪৭ চনত
(গ)১৯৪৭ চনত
উত্তৰঃ (গ)১৯৪৭ চনত
৮। স্বাধীনতা সংগ্ৰামত গুৰি ধৰোতাজনৰ নাম কি ?
(ক)মহাত্মা গান্ধীৰ
(খ)জৱাহৰলাল নেহৰু
(গ)সৰোজিনী নাইডু
উত্তৰঃ (ক)মহাত্মা গান্ধীৰ
৯। গণতন্ত্ৰৰ আন এটা নীতি নাম কি ?
(ক)শাসন
(খ)সমতা
(গ)অধিকাৰ
উত্তৰঃ (খ)সমতা
১০। ভাৰতৰ সংবিধানে সকলো ভাৰতীয় নাগৰিকক কেইটা মৌলিক অধিকাৰ প্ৰদান কৰিছে ?
(ক)৩ টা
(খ)৫ টা
(গ)৬ টা
উত্তৰঃ (গ)৬ টা