১) দিলীপ কৰ ৰজা আছিল ?
(ক) কলকতাৰ
(খ) অসম
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
২) দিলীপৰ পত্নী নাম কি আছিল ?
(ক) সুদক্ষিণা ।
(খ) পাৰ্বতী ।
(গ) লক্ষ্মী ।
উত্তৰ- (ক) সুদক্ষিণা ।
৩) দিলীপ সন্তান আছিল নে নাই ?
(ক) আছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নাই
উত্তৰ- (গ) নাই ।
৪) ৰজাই কাৰ বাবে খাদ্য যোগান ধৰিছিল ?
(ক) সুদক্ষিণা ।
(খ) নন্দিনী ।
(গ) নিজৰ কাৰণে ।
উত্তৰ- (খ) নন্দিনী ।
৫) কোনে নন্দিনী সেৱা কৰিব দিছিল ?
(ক) ৰন্তিদেৱ
(খ) বশিষ্ঠ মুনিয়ে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) বশিষ্ঠ মুনিয়ে ।
৬) নন্দিনীয়ে ৰজাক কি বৰ দিছিল ?
(ক) ধন-সম্পত্তি দিছিল
(খ) পুত্ৰ সন্তানৰ দিছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) পুত্ৰ সন্তানৰ দিছিল ।
৭) ৰজাৰ গুৰু কোন আছিল ?
(ক) বশিষ্ঠ মুনি
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) দুষ্যন্ত মুনি
উত্তৰ- (ক) বশিষ্ঠ মুনি ।
৮) ৰজাই সিংহক কিহেৰে মাৰিহলৈ উলিয়াছিল ?
(ক) দা
(খ) তৰোৱাল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) তৰোৱাল ।
৯) সিংহয়ে মানুহৰ মাতেৰে কি কৈছিল ?
(ক) একো কোৱা নাছিল
(খ) ৰজা
(গ) মহাৰজা
উত্তৰ- (গ) মহাৰজা ।
১০) ৰজা দিলীপৰ হাত কি হৈ পৰিল ?
(ক) কাটি গ’ল
(খ) জঠৰ হৈ পৰিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) জঠৰ হৈ পৰিল ।
Type by- Bikul Mandal