Chapter- 20
অভিমান আৰু আত্মসন্মান
১) কোনখন বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰা হৈছিল ?
(ক) নালন্দা বিশ্ববিদ্যালয় ।
(খ) বেনাৰস বিশ্ববিদ্যালয় ।
(গ) কলকতাৰ বিশ্ববিদ্যালয় ।
উত্তৰ- (খ) বেনাৰস বিশ্ববিদ্যালয় ।
২)উদ্যোগপতিজনত পুত্ৰক কোনে এক-ডেৰলাখ টকা দান দিবলৈ কৈছিল ?
(ক) পণ্ডিত মদনমোহনে মালব্যৰ ।
(খ) পণ্ডিত জগদিশ মালব্যৰ ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (ক) পণ্ডিত মদনমোহনে মালব্যৰ ।
৩) এক-ডেৰলাখ টকা দান কৰিলে কি হ’ব ?
(ক) ইয়াৰ পৰা এটাওনহয় ।
(খ) উদ্যোগপতিজনত মৃত্যু নহয় ।
(গ) উদ্যোগপতিজনত মৃত্যু হ’ব ।
উত্তৰ- (গ) উদ্যোগপতিজনত মৃত্যু হ’ব ।
৪) কোনে অভিমান আৰু অহংকাৰ দেখোৱাইছিল ?
(ক) সৰু পুত্ৰে ।
(খ) ডাঙৰ পুত্ৰে ।
(গ) উদ্যোগপতিজনে ।
উত্তৰ- (খ) ডাঙৰ পুত্ৰে ।
৫) আমি অভিমান আৰু অহংকাৰ কৰিব লাগে নে নালাগে ?
(ক) নালাগে ।
(খ) লাগে ।
(গ) ইয়াৰ পৰা এটাওনহয় ।
উত্তৰ- (ক) নালাগে ।
৬) এক-ডেৰালাখ টকা কাৰ কাৰণে ব্ৰাহ্মণক দান কৰিব কৈইছি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ধনী উদ্যোগপৰিজন কাৰণে
(গ) ধনী উদ্যোগপৰিজন পুতেকৰ কাৰণে
উত্তৰ- (খ) ধনী উদ্যোগপৰিজন কাৰণে ।
৭) অভিমান অৰ্থ কি ?
(ক) মানুহক ভালকৈ কথা কোৱা
(খ) ইয়াৰ পৰা এটাওনহয়
(গ) মানুহক লগত ভালকৈ থকা
উত্তৰ- (খ) ইয়াৰ পৰা এটাওনহয় ।
৮) কোন বেনাৰসৰ পৰা আহিছিল ?
(ক) পণ্ডিত মদনমোহনে মালব্যৰ ।
(খ) পণ্ডিত মদনমোহনে নাচিকেত ।
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পণ্ডিত মদনমোহনে মালব্যৰ ।
৯) পণ্ডিত মদনমোহনে মালব্যৰ কলৈ গ’ল গৈ ?
(ক) কলকাত
(খ) বেনাৰস
(গ) দিল্লী
উত্তৰ- (খ) বেনাৰস ।
১০) কোনে ডেৰলাখ টকা দেখি অভিমান কৰিছিল ?
(ক) বৰ পুত্ৰে
(খ) সৰু পুত্ৰে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বৰ পুত্ৰে ।
Type by- Bikul Mandal