Chapter- 19
বিজ্ঞানাচাৰ্য্য জগদীশ চন্দ্ৰ বসু
১) শ্ৰীবসুৰ সম্পূৰ্ণ নাম কি আছিল ?
(ক) জগদীশ চন্দ্ৰ বসুৰ ।
(খ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।
(গ) ভগৱান চন্দ্ৰ বসুৰ ।
উত্তৰ- (ক) জগদীশ চন্দ্ৰ বসুৰ ।
২) জগদীশ চন্দ্ৰ বসুৰ দেউতাকৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ঈশ্বৰ চন্দ্ৰ বসুৰ ।
(গ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।
উত্তৰ- (গ) বাবু ভগৱান চন্দ্ৰ বসুৰ ।
৩) জগদীশ চন্দ্ৰ বসুৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৮৬৮ চনত ।
(খ) ১৮৫৮ চনত ।
(গ) ১৮৪৮ চনত ।
উত্তৰ- (খ) ১৮৫৮ চনত ।
৪) জগদীশ চন্দ্ৰ বসুৰ কি মাহত জন্ম হৈছিল ?
(ক) ২০ নবেম্বৰত ।
(খ) ১০ নবেম্বৰত ।
(গ) ৩০ নবেম্বৰত ।
উত্তৰ- (গ) ৩০ নবেম্বৰত ।
৫) বসুৰ জন্ম সময়ত দেউতাকে কি চাকৰি কৰিছিল ?
(ক) ডেপুটি কালেক্টৰ
(খ) ডাকক্তৰ
(গ) পুলিচ
উত্তৰ- (ক) ডেপুটি কালেক্টৰ ।
৬) ভাৰত চৰকাৰে বসুক কিমান চনত ভাৰতীয় প্ৰতিনিধি হিচাপে পঠিয়াছিল ?
(ক) ১৯২১ চনত ।
(খ) ১৯০০ চনত ।
(গ) ১৯০৩ চনত ।
উত্তৰ- (খ) ১৯০০ চনত ।
৭)ভাৰত চৰকাৰে বসুক কোন দোশত ভাৰতীয় প্ৰতিনিধি হিচাপে পঠিয়াছিল ?
(ক) পেৰিচত ।
(খ) ইংলেণ্ডত ।
(গ) আমেৰিকাত ।
উত্তৰ- (ক) পেৰিচত ।
৮) ভাৰত চৰকাৰে বসুক কি উপাধি দিছিল ?
(ক) ইয়াৰ পৰা এটাও নৱহয় ।
(খ) ছাৰ ।
(গ) মাচতৰ ।
উত্তৰ- (খ) ছাৰ ।
৯) জগদীশ চন্দ্ৰ বসুৰ মৃত্যু কিমান চনত হৈছিল ?
(ক) ১৯৪৬ চনত ।
(খ) ১৯২৬ চনত ।
(গ) ১৯৩৬ চনত ।
উত্তৰ- (গ) ১৯৩৬ চনত ।
১০) জগদীশ চন্দ্ৰ বসুৰ মৃত্যু কি মাহত হৈছিল ?
(ক) ২৩ নবেম্বৰ ।
(খ) ৩৪ নবেম্বৰ ।
(গ) ৪৩ নবেম্বৰ ।
উত্তৰ- (ক) ২৩ নবেম্বৰ ।
Type by- Bikul Mandal