Chapter- 18
শৱৰীৰ আত্মীয়তা
১। ৰাৱণে কাক হৰণ কৰ
(ক) সীতাক ।
(খ) শকন্তলাক ।
(গ) মেনকাক ।
উত্তৰ- (ক) সীতাক ।
২। সীতা কাৰ পত্নী আছিল ?
(ক) নচিকেতা ।
(খ) লক্ষ্মণৰ ।
(গ) ৰামৰ ।
উত্তৰ- (গ) ৰামৰ ।
৩। ৰামে কাৰ ভৰিৰ খোজ দেখিল ?
(ক) লক্ষ্মণৰ ।
(খ) সীতাৰ ।
(গ) মেনকাৰ ।
উত্তৰ- (খ) সীতাৰ ।
৪। সীতাক হৰণ কৰি নিয়া বুলি ৰাম-লক্ষ্মণক কোনে কৈছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) হৰিণে কৈছিল ।
(গ) জটায়ুয়ে কৈছিল ।
উত্তৰ- (গ) জটায়ুয়ে কৈছিল ।
৫। ৰাম-লক্ষ্মণক কি নদী পিনে আগুৱাই গ’ল ?
(ক) গংগাৰ নদী ।
(খ) পম্পা নদী ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) পম্পা নদী ।
৬। বুঢ়ী সন্ন্যাসিনী নাম কি আছিল ?
(ক) শৱকী ।
(খ) সীতা ।
(গ) শকুন্তলা ।
উত্তৰ- (ক) শৱকী ।
৭। বুঢ়ী সন্ন্যাসিনীয়ে ৰাম-লক্ষ্মণক কলৈ লৈ গৈছিল ?
(ক) সীতাৰ ওচৰলৈ গৈছিল ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) কুটীয়ালৈ গৈছিল ।
উত্তৰ- (গ) কুটীয়ালৈ গৈছিল ।
৮। কোনে গম পাইছিল নে ৰাম ভগৱানৰ অৱতাৰ ?
(ক) ৰাৱণে
(খ) বুঢ়ী সন্ন্যাসি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) বুঢ়ী সন্ন্যাসি ।
৯। ৰাম আৰু লক্ষ্মণ কোন দিশ পিনে আগবাঢ়ি গ’ল ?
(ক) পূৱ দিশৰ পিনে
(খ) পশ্চিম দিশৰ পিনে
(গ) দক্ষিণ দিশৰ পিনে
উত্তৰ- (গ) দক্ষিণ দিশৰ পিনে ।
১০। শ্ৰীৰাম আৰু লক্ষ্মণ গৈ ক’ত উপস্থিত হৈছিল ?0
(ক) কিষ্কিন্ধাত
(খ) দ্বাৰিকাত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
Type by- Bikul Mandal