Chapter- 15
পৰিশ্ৰমেই উদগতিৰ আহিলা
১। ভাল স্বাস্থ্য কেনেকে পাব পাৰি ?
(ক) খ্যাদ , ব্যায়াম কৰিব লাগে ।
(খ) ইয়াৰ পৰা এটাওনহয় ।
(গ) অকল খ্যাদ খাব লাগে ।
উত্তৰ- (ক) খ্যাদ , ব্যায়াম কৰিব লাগে ।
২। চকাটো দাঙিবলৈ কি নাছিল ?
(ক) ইয়াৰ পৰা এটাওনহয় ।
(খ) জেক নাছিল ।
উত্তৰ- (খ) জেক নাছিল ।
৩। গুৰুজীয়ে কি দাঙিবলৈ ধৰিলে ?
(ক) চকা দাঙিবলৈ ধৰিলে ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) গড়াৰীখন দাঙিবলৈ ধৰিলে ।
উত্তৰ- (গ) গড়াৰীখন দাঙিবলৈ ধৰিলে ।
৪। ছাত্ৰ-ছাত্ৰী সকলে কৰি ডাঙৰ হ’লে কি কৰিব লাগে ?
(ক) ভাল কাম কৰিব লাগে ।
(খ) ভাল কাম কৰিব নালাগে ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) ভাল কাম কৰিব লাগে ।
৫। সমাজ সেৱা কৰিবলৈ নিজৰ স্বাস্থ্য কেনেকুৱা হব লাগে ?
(ক) সুস্থ আৰু সবল হব নালাগে ।
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) সুস্থ আৰু সবল হব লাগে ।
উত্তৰ- (গ) সুস্থ আৰু সবল হব লাগে ।
৬। পৰিশ্ৰম অৰ্থ কি ?
(ক) বহুত কাম কৰা
(খ) একো কাম নকৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বহুত কাম কৰা ।
৭। সূৰ্য্য পৰা আমি কি পাওঁ ?
(ক) তাপ আৰু পোহৰ
(খ) আন্ধাৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) তাপ আৰু পোহৰ ।
৮। স্বাস্থ্য অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) একো বেমাৰ নোহোৱা
(গ) বেমাৰ হৈ থকা
উত্তৰ- (খ) একো বেমাৰ নোহোৱা ।
৯। শ্ৰীগুৰুজী ঘৰ ক’ত আছিল ?
(ক) দিল্লী
(খ) গড়গাওঁ
(গ) জয়পুৰ
উত্তৰ- (গ) জয়পুৰ ।
১০। আমি সমাজ সেৱা কৰিব লাগে নে নালাগে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) লাগে
(গ) নালাগে
উত্তৰ- (খ) লাগে ।
Type by- Bikul Mandal