Chapter- 9
শ্ৰমক মৰ্যাদা দিয়া ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
১। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পিতৃ-মাতৃ সদায় সত্য পথত আছিল নে নাছিল ?
(ক) আছিল ।
(খ) নাছিল ।
(গ) নাই ।
উত্তৰ- (ক) আছিল ।
২। তেওঁক কোনে বিদ্যাসাগৰৰ উপাধি দিছিল ?
(ক) পিতৃ-মাতৃয়ে দিছিল ।
(খ) মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে দিছিল ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (খ) মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে দিছিল ।
৩। ভদ্ৰলোকজনে ষ্টেচনত কাক চিঞৰি মাতিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ
(গ) কুলি
উত্তৰ- (গ) কুলি ।
৪। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ কোনে লগ কৰিব আহিছিল ?
(ক) নৱকান্ত কাকতি ।
(খ) এজন ভদ্ৰলোক ।
(গ) এজন অভদ্ৰলো ।
উত্তৰ- (খ) এজন ভদ্ৰলোক ।
৫। তেওঁ ভদ্ৰলোকজনক ক্ষমা কৰি দিছিল নে নাই ?
(ক) নাই ।
(খ) নিদিছিল ।
(গ) দিছিল ।
উত্তৰ- (গ) দিছিল ।
৬। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ কোন আছিল ?
(ক) নম্ৰ আৰু কৰ্তব্যপৰায়ণ ।
(খ) বেয়া মানুহ আছিল ।
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (ক) নম্ৰ আৰু কৰ্তব্যপৰায়ণ ।
৭। শ্ৰম অৰ্থ কি ?
(ক) এলেহোৱা
(খ) একো কাম নকৰা
(গ) ইয়াৰ পৰা এটাও নহয় ।
উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।
৮। প্ৰতিজ্ঞা অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাও নহয় ।
(খ) একো কাম নকৰা
(গ) কাম কৰা
উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।
৯। কোনে কুলি বুলি চিঞৰিছিল ?
(ক) নৱকান্তয়ে
(খ) ইয়াৰ পৰা এটাও নহয় ।
(গ) ভদ্ৰলোকজনক
উত্তৰ- (গ) ভদ্ৰলোকজনক ।
১০। ভদ্ৰলোকজন কাৰ ওচৰলে আহিছিল ?
(ক) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ
(খ) নৱকান্ত বৰুৱা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) নৱকান্ত বৰুৱা ।
Type by- Bikul Mandal