Chapter- 11
বৰপেটা
১। বৰপেটা কবিতাটোৰ কবিৰ নাম কি?
(ক) সত্যনাথ বৰা
(খ) শৈলধৰ ৰাজখোৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শৈলধৰ ৰাজখোৱা ।
২। কবিৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৯৫৩
(খ) ১৯৮৭
(গ) ১৯৮০
উত্তৰ- (গ) ১৯৮০ ।
৩। কবিৰ জন্ম ক’ত হৈছিল?
(ক) ডিব্ৰুগড়ৰত
(খ) নগাঁওত
(গ) গুৱাহাটীত
উত্তৰ- (ক) ডিব্ৰুগড়ৰত ।
৪। কবিয়ে কিমান চনত অৱসৰ গ্ৰহণ কৰে?
(ক) ১৯৬৮
(খ) ১৯৮৭
(গ) ১৯৮০
উত্তৰ- (খ) ১৯৮৭ ।
৫। কিছুদিন ক’ৰ বিশ্ববিদ্যালয়ৰ কোষাধ্যক্ষৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল?
(ক) ডিব্ৰুগড়ত
(খ) নগাঁওত
(গ) গুৱাহাটীত
উত্তৰ- (গ) গুৱাহাটীত ।
৬। অসমীয়া সাহিত্যত নিজৰাৰ কবি, ৰূপে কোন খ্যাত?
(ক) শৈলধৰ ৰাজখোৱা
(খ) সত্যনাথ বৰা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) শৈলধৰ ৰাজখোৱা ।
৭। কবিৰ প্ৰকাশিত পুথি কি কি?
(ক) নিজৰা
(খ) বিদ্যাৱতী
(গ) অতাতৰ সোঁৱৰণী
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।
৮। কিমান চনত কবিৰ মৃত্যু হৈছিল?
(ক) ১৯৬৮
(খ) ১৯৮০
(গ) ১৯৮৭
উত্তৰ- (ক) ১৯৬৮ ।
৯। কিমান তাৰিখে কবিৰ মৃত্যু হয়?
(ক) ২১ ডিচেম্বৰ
(খ) ১৭ ডিচেম্বৰ
(গ) ২৮ ডিচেম্বৰ
উত্তৰ- (খ) ১৭ ডিচেম্বৰ ।
১০। উৎসৱ -পৰ্ব, বিয়া-সবাহ, খেল-ধেমালি সকলোতে কেৱল কি?
(ক) বিয়া নাম
(খ) হৰিনাম
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) হৰিনাম ।
১১। নাৱৰীয়াৰ কৰ চাবে চাবে হৰিনাম?
(ক) পানীৰ
(খ) বঠাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বঠাৰ ।
১২। বৰপেটাৰ বিখ্যাত কি মাহত নাওখেল পতা হয়?
(ক) মাঘ মাহত
(খ) আহিন মাহত
(গ) ভাদ মাহত
উত্তৰ- (গ) ভাদ মাহত ।
১৩। বৰপেটা সত্ৰৰ প্ৰতিটো কি পৱিত্ৰ ?
(ক) ধূলিকণা
(খ) সত্ৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) ধূলিকণা ।
১৪। এই মহামন্ত্ৰ জাপি সকলো পৱিত্ৰ হয়। এই কথাষাৰ কোনে কৈছে?
(ক) কবিয়ে
(খ) কবিৰ দেউতাকে
(গ) কবিৰ মাকে
উত্তৰ- (ক) কবিয়ে ।
১৫। কোনে আশা কৰিছে যে এই মহামন্ত্ৰ জাপি সকলো পৱিত্ৰ হয় বুলি ?
(গ) শ্ৰী শ্ৰী শংকৰদেৱে
(খ) শ্ৰী শ্ৰী মাধৱদেৱে
(গ) কবিয়ে
উত্তৰ- (গ) কবিয়ে ।
১৬। পৰাণ শব্দৰ অৰ্থ কি?
(ক) প্ৰাণ
(খ) অপ্ৰাণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) প্ৰাণ ।
১৭। বিমল শব্দৰ অৰ্থ কি?
(ক) পৱিত্ৰ
(খ) নিৰ্মল
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৮। নিজান শব্দৰ অৰ্থ কি?
(ক) নিমাত
(খ) নিৰ্জন
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৯। শোক-তাপ শব্দৰ অৰ্থ কি?
(ক) দুখ-কষ্ট
(খ) মনৰ অশান্তি
(গ) ওপৰৰ দুয়োটাই হয়
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
২০। পলা শব্দৰ অৰ্থ কি?
(ক) আঁতৰি যা
(খ) আঁতৰি লাযাবি
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) আঁতৰি যা ।
Type by- Bikul Mandal