Chapter- 10
পাৰ্থ-সাৰথি শ্ৰীকৃষ্ণ
১। এই পাঠটো কোনে ৰচনা কৰিছিল ?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱ
(গ) পদ্মনাথ গোহাঞি বৰুৱা
উত্তৰ- (গ) পদ্মনাথ গোহাঞি বৰুৱা ।
২। শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা কি ওলাল?
(ক) তেজ
(খ) পানী
(গ) সেনা
উত্তৰ- (গ) সেনা ।
৩। পিতৃ শ্ৰাদ্ধৰ কাৰণে কোনে বৰাহ চিকাৰ কৰিবলৈ গৈছিল?
(ক) দুৰ্যোধনে
(খ) অৰ্জুনে
(গ) শ্ৰীকৃষ্ণই
উত্তৰ- (গ) শ্ৰীকৃষ্ণই ।
৪। চিকাৰ কৰিবলৈ যাওতে কাৰ সৈন্যই তেওঁক অকলে পাই বেঢ়ি ধৰিলে?
(ক) জৰাসন্ধৰ
(খ) অৰ্জুনৰ
(গ) দুৰ্যোধনৰ
উত্তৰ- (গ) দুৰ্যোধনৰ ।
৫। শ্ৰীকৃষ্ণৰ শৰীৰৰ পৰা ওলোৱা সেনাবিলাকৰ আন এটা নাম কি?
(ক) সেনা
(খ) সংসপ্তক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সংসপ্তক ।
৬। কুৰুক্ষেত্ৰত কাৰ কাৰ মাজত যুদ্ধ হৈছিল?
(ক) শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ মাজত
(খ) কৌৰৱ অৰু পাণ্ডবৰ মাজত
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) কৌৰৱ অৰু পাণ্ডবৰ মাজত ।
৭। শেষত শ্ৰী কৃষ্ণ কাৰ ফলীয়া হল?
(ক) কৌৰৱৰ
(খ) পাণ্ডবৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পাণ্ডবৰ।
৮। দুৰ্যোধনক শ্ৰীকৃষ্ণই কি দি সন্তুষ্ট কৰিলে?
(ক) অলপ সোণ দি
(খ) এক অযুত নাৰায়ণী সেণা দি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) এক অযুত নাৰায়ণী সেণা দি ।
৯। উপনীত শব্দৰ অৰ্থ কি?
(ক) উপস্থিত
(খ) আহি পোৱা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১০। সমাচাৰ শব্দৰ অৰ্থ কি?
(ক) খবৰ
(খ) বাৰ্তা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১১। উলটি শব্দৰ অৰ্থ কি?
(ক) উভতি
(খ) আকৌ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) উভতি ।
১২। বাঞ্ছা শব্দৰ অৰ্থ কি?
(ক) ইচ্ছা
(খ) কামনা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৩। কৃষ্ণাগ্ৰজ শব্দৰ অৰ্থ কি?
(ক) কৃষ্ণৰ ককাযেক
(খ) কৃষ্ণৰ ভয়েক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৃষ্ণৰ ককাযেক ।
১৪। চৰাচৰ শব্দৰ অৰ্থ কি?
(ক) জগত
(খ) পৃথিৱী
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৫। অবাবতে শব্দৰ অৰ্থ কি?
(ক) অকৰণতে
(খ) বিনা কাৰণত
(গ) অযথা
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।
১৬। অনতি পলমে শব্দৰ অৰ্থ কি?
(ক) সোনকালে
(খ) শীঘ্ৰে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। কালহৰণ শব্দৰ অৰ্থ কি?
(ক) সময়
(খ) নষ্ট
(গ) কালক্ষয়
উত্তৰ- (গ) কালক্ষয় ।
১৮। দিহা শব্দৰ অৰ্থ কি?
(ক) পৰামৰ্শ
(খ) নিৰ্দেশ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৯। চিত শব্দৰ অৰ্থ কি?
(ক) মন
(খ) উত্তৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মন ।
২০। বিচলিত সব্দৰ অৰ্থ কি?
(ক) অস্থিৰ
(খ) লৰচৰ হোৱা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
Type by- Bikul Mandal