Chapter- 7
জননী
১। জননী কবিতাটোৰ কবিৰ নাম কি ?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱ
(গ) দুৰ্গেশ্বৰ শৰ্মা
উত্তৰ- (গ) দুৰ্গেশ্বৰ শৰ্মা ।
২। কবিৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৮৮৫
(খ) ১৯০৬
(গ) ১৯১১
উত্তৰ- (ক) ১৮৮৫ ।
৩। কিমান চনত কবিৰ কোঁচ বিহাৰৰ পৰা এফ.এ.পাছ কৰে ?
(ক) ১৮৮৫
(খ) ১৯০৬
(গ) ১৯০১
উত্তৰ- (গ) ১৯০১ ।
৪। কবিৰ পিতৃৰ নাম কি আছিল ?
(ক) দুৰ্গেশ্বৰ শৰ্মা
(খ) কমলেশ্বৰ শৰ্মা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কমলেশ্বৰ শৰ্মা ।
৫। ১৯০৬ চনত কৰ পৰা আইন বিষয়ত দক্ষতাৰে উত্তীৰ্ণ হৈ ওকালতিত মনোনিৱেশ কৰে।
(ক) যোৰহাটৰ
(খ) কলিকতাৰ
(গ) গুৱাহাটী
উত্তৰ- (খ) কলিকতাৰ ।
৬। কবিৰ প্ৰথম কবিতা ল’ৰা কাল’টো কত প্ৰকাশ পায়?
(ক) বাতৰি কাকতত
(খ) জোনাকী কাকতত
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) জোনাকী কাকতত ।
৭। কবিৰ কবিতাপুথি সমূহ কি কি ?
(ক) অঞ্জলি
(খ) নিবেদন
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৮। পাৰ্থপৰাজয় নাট খন কি ছন্দত লিখা হৈছিল ?
(ক) চন্দ্ৰাৱলী
(খ) বালিবধ
(গ) অমিতাক্ষ
উত্তৰ- (গ) অমিতাক্ষ ।
৯। কিমান চনত কবিৰ মৃত্যু হয় ?
(ক) ১৯৬১
(খ) ১৯০৬
(গ) ১৯১১
উত্তৰ- (ক) ১৯৬১ ।
১০। কবিৰ নাট সমূহৰ নাম কি?
(ক) পাৰ্থ পৰাজয়
(খ) চন্দ্ৰাৱলী
(গ) বালিবধ
(ঘ) ওপৰৰ তিনিতাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিতাই হয় ।
১১। মাতৃয়ে কাক অশেষ যত্ন লৈছিল ?
(ক) কবিৰ
(খ) নিজৰ
(গ) দেউতাকৰ
উত্তৰ- (ক) কবিৰ ।
১২। কবিয়ে নিবিচৰাকৈয়ে তেওঁক বহুত মৰম কোনে দিছিল?
(ক) দেউতাকে
(খ) ককাকে
(গ) মাকে
উত্তৰ- (গ) মাকে ।
১৩। মাতৃৰ ধাৰ এই জনমত শুজিব নোৱাৰি। এই কথাষাৰ কোনে কৈছে?
(ক) কবিৰ দেউতাকে
(খ) কবিয়ে
(গ) কবিৰ মাকে
উত্তৰ- (খ) কবিয়ে ।
১৪। কবিয়ে জননীক কাৰ লগত তুলনা কৰিছে ?
(ক) দেউতাকৰ লগত
(খ) মাকৰ লগত
(গ) ককাকৰ লগত
উত্তৰ- (খ) মাকৰ লগত ।
১৫। কবিৰ জন্ম কত হৈছিল ?
(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) কলিকতা
উত্তৰ- (খ) যোৰহাট ।
১৬। কবিয়ে ডাইৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড’ৰ উচ্চ পদবীৰ পৰা কিমান চনত অৱসৰ লয়?
(ক) ১৯১১
(খ) ১৯৪০
(গ) ১৯০৬
উত্তৰ- (খ) ১৯৪০ ।
১৭। পৰাণ শব্দৰ অৰ্থ কি?
(ক) প্ৰাণ
(খ) এই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) প্ৰাণ ।
১৮। ইহ শব্দৰ অৰ্থ কি ?
(ক) এই
(খ) প্ৰাণ
(গ) সদায়
উত্তৰ- (ক) এই ।
১৯। সততে শব্দৰ অৰ্থ কি ?
(ক) সদায়
(খ) সাধাৰণতে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
২০। অযাচিত শব্দৰ অৰ্থ কি?
(ক) নোখোজাকৈ পোৱা
(খ) সাধাৰণতে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নোখোজাকৈ পোৱা ।
Type by- Bikul Mandal