Chapter-3
বামুণী আৰু নেউল
১। বামুণীয়ে পানী আনিবলৈ গৈ কাক ৰখীয়া থৈছিল ?
(ক) নেউলক
(খ) ফেঁটী সাপক
(গ) ফেঁচা
উত্তৰঃ (ক) নেউলক।
২। বামুণীয়ে সৰু লৰাটোক চোতালত শুৱাই থৈ কলৈ গৈছিল ?
(ক) পানী আনিবলৈ
(খ) ফুৰিব গৈছিল
(গ) মাহীয়েকৰ ঘৰলৈ গৈছিল
উত্তৰঃ (ক) পানী আনিবলৈ।
৩। নেউল আৰু সাপৰ যুঁজখন কোন জিকিলে ?
(ক) নেউল
(খ) সাপ
(গ) ফেঁচা
উত্তৰঃ (ক) নেউল।
৪। বামুণীয়ে অধৈৰ্য হৈ কলহটো দলিয়াই দিওঁতে কি হল ?
(ক) কলহটো ভাঙিলে
(খ) কলটোৰ পৰা পানী খিনি পৰিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (গ) ইয়াৰ পৰা এটাও নহয়।
৫। কাৰ কাৰ মাজত থৈয়া নথৈয়া ৰণ হৈছিল ?
(ক) সাপ আৰু নেউল
(খ) বাঘ আৰু সিংহ
(গ) কুকুৰ আৰু মেকুৰী
উত্তৰঃ (ক) সাপ আৰু নেউল।
৬। শেযত কোন মৰিল ?
(ক) সাপ
(খ) নেউল
(গ) মেকুৰী
উত্তৰঃ (ক) সাপ।
৭। কেৰমেৰ কৈ কোন আহিছিল ?
(ক) ফেঁটী সাপ
(খ) নেউল
(গ) ভেঁকুলি
উত্তৰঃ (ক) ফেঁটী সাপ।
৮। শেষত বামুণীয়ে কিয় চকুলো মচিলে ?
(ক) নেউলটোৰ কাৰণে
(খ) সাপটোৰ কাৰণে
(গ) কুকুৰটোৰ কাৰণে
উত্তৰঃ (ক) নেউলটোৰ কাৰণে।
৯। কালৰূপ ধৰি কালৈ ফেঁট তুলি লৈছিল ?
(ক) লৰাটোৰ গালৈ
(খ) নেউলটোৰ গালৈ
(গ) মেকুৰীটোৰ গালৈ
উত্তৰঃ (ক) লৰাটোৰ গালৈ।
১০। যুঁজখনত কোন বিনাশন হৈছিল ?
(ক) মেকুৰী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নেউল
উত্তৰঃ (খ) ইয়াৰ পৰা এটাও নহয়।
১১। বামুণী আৰু নেউল কবিতাটো কোনে ৰচনা কৰিছিল ?
(ক) বিষয় চন্দ্ৰ বিশ্বাসী
(খ) অতুলানন্দ গোস্বামী
(গ) এটাও নহয়
উত্তৰঃ (ক) বিষয় চন্দ্ৰ বিশ্বাসী।
১২।সাপ+ক=
(ক) সাপক
(খ) শাপকে
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) সাপক।
১৩। পাছত বামুণী আহি কি দেখিছিল ?
(ক) চেনেহৰ পোনাই নাচি-বাগি আছে
(খ) সাপ মৰি আছে
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা।
১৪। কলহটো বামুণীয়ে কিয় দলিয়াই দিছিল ?
(ক) পানী মাৰিবলৈ
(খ) ল’ৰাটোক খোৱা বুলি ভাবি
(গ) সাপৰ বিনাশৰ বাবে
উত্তৰঃ (খ) ল’ৰাটোক খোৱা বুলি ভাবি।
১৫। তেজ+এ+ৰে=
(ক) তেজএৰে
(খ) তেজেৰে
(গ) এটাও নহয়
উত্তৰঃ (খ) তেজেৰে।
১৬। ___________ ধৰি ল’ৰাৰ গালৈ ফেঁট যেই তুলি ল’লে,
(ক) কালৰূপ
(খ) সাপটো
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) কালৰূপ।
১৭। বামুণী+এ=
(ক) বামুণ
(খ) বামুণীএ
(গ) এটাও নহয়
উত্তৰঃ (গ) এটাও নহয়।
১৮। কাষলৈ আহি অলপ দূৰৈত দেখে _____________ আছে ।
(ক) সাপ মৰি
(খ) নাচি-বাগি
(গ) ল’ৰাৰ সুখ
উত্তৰঃ (ক) সাপ মৰি।
১৯। বাট+ত+এ=
(ক) বাতটএ
(খ) বাটতএ
(গ) বাটতে
উত্তৰঃ (গ) বাটতে।
২০। ক’ৰবাৰ এটি মাটি ফেঁটী সাপ আহি কৰে __________ ;
(ক) কেৰমেৰ
(খ) ৰণ
(গ) এটাও নহয়
উত্তৰঃ (ক) কেৰমেৰ।
Type By- Subhas Nath