Chapter 15
অসমৰ কেইবিধমান প্ৰধান খেতি
☐ প্ৰশ্নাৱলী
১丨 আমাৰ কোনবোৰ খাদ্য গছৰপৰা পাওঁ ?
উত্তৰঃ
২丨 সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে ?
উত্তৰঃ
৩丨 খেতি ভাল হ’বলৈ কেনে ধৰণৰ যত্ন ল’ব লাগে ?
উত্তৰঃ
৪丨 পচন সাৰ কি ?
উত্তৰঃ
৫丨 শস্য কি ?
উত্তৰঃ
৬丨 চাৰিবিধ ভাল জাতৰ ধানৰ নাম লিখা ।
উত্তৰঃ
৭丨 মিঠাতেল ক’ৰ পৰা হয় ?
উত্তৰঃ
৮丨 চেনি ক’ৰ পৰা হয় ?
উত্তৰঃ
৯ 丨 আলু মাটিৰ তলত হয়। ই আলু গছৰ শিপাৰ পৰা হয়নে ?
উত্তৰঃ
১০丨 মৰাপাট ক’ৰ পৰা হয় ?
উত্তৰঃ
১১丨 কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় ?
উত্তৰঃ
১২丨 কৃষি বা খেতি কৰা কাক বোলে ?
উত্তৰঃ
১৩丨ৰাসায়নিক সাৰ কি ?
উত্তৰঃ
১৪丨ধান খেতি কেনেদৰে কৰা হয় ?
উত্তৰঃ
১৫丨 ধান গছৰ পুলিক কি বোলে ?
উত্তৰঃ
১৬丨 ‘মৰণা মৰা’ কি ?
উত্তৰঃ
১৭丨 তুঁহ কাক বোলে ?
উত্তৰঃ
১৮丨 পাঁচবিধ ভাল জাতৰ ধানৰ নাম লিখা ।
উত্তৰঃ
১৯丨 চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয় ?
উত্তৰঃ
২০丨 খলিহৈ কাক বোলে ? খলিহৈৰ দুটা ব্যৱহাৰ উল্লেখ কৰা ।
উত্তৰঃ
Type by : Pompi Hazarika