Chapter 10
উদ্ভিদ
☐ প্ৰশ্নাৱলী
(১) অৰ্কিড কি ?
উত্তৰঃ
(২) পানীত হোৱা গছবোৰ কিয় উপঙি থাকে ?
উত্তৰঃ
(৩) বৃক্ষ কাক বোলে ?
উত্তৰঃ
(৪) তৃণজাতীয় উদ্ভিদ কাক বোলে ? উদাহৰণ দিয়া ।
উত্তৰঃ
(৫) দুবিধ ক্ষুদ্ৰ উদ্ভিদ নাম লিখা ।
উত্তৰঃ
(৬) এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা ।
উত্তৰঃ
(৭) উদ্ভিদে কেনেদৰে আহাৰ তৈয়াৰ কৰে লিখা ।
উত্তৰঃ
(৮) তলত উল্লেখ কৰা প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া :
(ক) সেউজীয়া পাতৰ উদ্ভিদ ।
উত্তৰঃ
(খ) ফুল নুফুলা উদ্ভিদ ।
উত্তৰঃ
(গ) ডাঙৰ গছৰ ডালত গজা উদ্ভিদ ।
উত্তৰঃ
(ঘ) তৃণজাতীয় উদ্ভিদ ।
উত্তৰঃ
(ঙ) নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰা উদ্ভিদ ।
উত্তৰঃ
(৪) শুদ্ধ নে অশুদ্ধ লিখা :
(ক) শেলায়ে নিজৰ গাত আহাৰ তৈয়াৰ কৰিব নোৱাৰে ।
উত্তৰঃ
(খ) আকাশী লতাই অইন উদ্ভিদৰ পৰা আহাৰ শুহি লয় ।
উত্তৰঃ
(গ) পদুম-ভেট, মেটেকা আদি মাটিত গজা উদ্ভিদ ।
উত্তৰঃ
(ঘ) সূৰ্যৰ পোহৰত শক্তি থাকে।
উত্তৰঃ
(ঙ) শাল, চেগুন আদি তৃণ জাতীয় উদ্ভিদ ।
উত্তৰঃ
Type by : Pompi Hazarika