Unit 8
প্ৰাকৃতিক সম্পদ
◻️ প্ৰশ্নাৱলী
(১) মাটিৰ গুণ নষ্ট হ’লে তাৰ পৰিণতি কি হ’ব?
উত্তৰঃ
( ২ ) কি কি উপায়েৰে মানুহে মাটিৰ গুণ ৰক্ষা কৰিব পাৰে ?
উত্তৰঃ
( ৩ ) প্রকৃতিত পানীৰ চক্ৰটো কেনেদৰে চলি থাকে লিখা ।
উত্তৰঃ
( ৪ ) বায়ুত কার্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ চক্ৰ দুটা কেনেকৈ চলি থাকে ?
উত্তৰঃ
( ৫ ) মাটি, পানী, বায়ু আৰু সূৰ্য্যৰ তাপ-পােহৰক কিয় প্রধান প্রাকৃতিক সম্পদ বুলিব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ
( ৬ ) ভূখণ্ডৰ অন্তৰ্ভাগত পােৱা যিকোনাে তিনিবিধ সম্পদৰ ব্যৱহাৰ উল্লেখ কৰা ।
উত্তৰঃ
( ৭ ) পেট্রলিয়াম কেনেকৈ প্রস্তুত হয়? পেট্রলিয়ামক ‘জুলীয়া সােণ’ বুলি কিয় কোৱা?
উত্তৰঃ
( ৮ ) কয়লা কেনেকৈ প্রস্তুত হয়? কয়লাৰ মূল উপাদানবিধ কি?
উত্তৰঃ
( ৯ ) পানী কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ
( ১০ ) শুদ্ধ/অশুদ্ধ বাছি উলিওৱা। শুদ্ধটোত ✓ চিন দিয়া।
( ক ) মাটিত মাথোঁ ধূলি-বালি থাকে । শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( খ ) গৰুৰ গােবৰ এবিধ নৱীকৰণ-অযােগ্য সম্পদ । শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( গ ) প্লাষ্টিকে মাটি প্ৰদূষিত কৰে । শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( ঘ ) গছ-গছনি আৰু জীৱ-জন্তুৰ অৱশেষৰ পৰা কয়লা প্রস্তুত হয়।শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( ঙ ) পেট্রলিয়ামৰ লগতে প্রাকৃতিক গেছ ওলায়। শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( চ ) খাদ্য নৱীকৰণ-যােগ্য সম্পদ হয় । শুদ্ধ/অশুদ্ধ ।
উত্তৰঃ
( ছ ) মানুহে ছিমেন্ট সদায় ব্যৱহাৰ কৰিব পাৰিব । শুদ্ধ/অশুদ্ধ
উত্তৰঃ
( জ ) মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/ অশুদ্ধ
উত্তৰঃ