Skip to content
Chapter 9
কুটীৰ – শিল্প
প্ৰশ্নাৱলীঃ
১। উত্তৰ লিখা।
ক) কুটীৰ শিল্প মানে কি ?
উত্তৰঃ
খ) কেঁচামাল কাক বোলে ?
উত্তৰঃ
গ) মৃৎ শিল্পৰ কেঁচামাল কি ?
উত্তৰঃ
ঘ) উৎপাদিত বস্তু কাক বােলে ?
উত্তৰঃ
ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?
উত্তৰঃ
চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা ।
উত্তৰঃ
২। খালী ঠাই পূৰণ কৰা ।
ক) অসমৰ _______ পাট – মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত ।
খ) ধুবুৰী জিলাৰ আশাৰীকান্দি _______ শিল্পৰ বাবে বিখ্যাত ।
গ) অসমৰ _______ মুখা শিল্পৰ বাবে বিখ্যাত ।
ঘ) ডলা, কুলা, চালনী আদি _______ শিল্পৰ উৎপাদিত বস্তু ।
ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _______।
৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা ।
উত্তৰঃ
৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা ।
উত্তৰঃ
৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা ।
উত্তৰঃ
৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা ।
উত্তৰঃ
Post Views: 211