Skip to content
Chapter 7
আমাৰ দেশ ভাৰত
প্ৰাশ্নাৱলীঃ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ?
উত্তৰঃ
খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ?
উত্তৰঃ
গ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ?
উত্তৰঃ
ঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ?
উত্তৰঃ
ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা ।
ক) থৰ মৰুভূমি ৰাজ্যত অৱস্থিত ।
খ) সাগৰৰ পাৰে পাৰে অঞ্চলটো অৱস্থিত ।
গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী সাগৰত পৰিছে ।
ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক ৰাষ্ট্ৰ বুলি কোৱা হয় ।
৩। উত্তৰ লিখা ।
ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা ।
উত্তৰঃ
খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা ।
উত্তৰঃ
গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ?
উত্তৰঃ
৪। কি, ক’ত আৰু কিয় বিখ্যাত লিখা।
(ক) তাজমহল
উত্তৰঃ
(খ) নালন্দা
উত্তৰঃ
(গ) অজন্তা
উত্তৰঃ
(ঘ) ইলোৰা ।
উত্তৰঃ
৫। চমুটোকা লিখা ।
ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল ।
উত্তৰঃ
খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল ।
উত্তৰঃ
গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন ।
উত্তৰঃ
৬। ভাৰতৰ চাৰিসীমাটো লিখা ।
উত্তৰঃ
৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা ।
উত্তৰঃ
৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ
Post Views: 193