১। কণিকা এগৰাকী কি মহিলা ?
1 point
শিক্ষিতা মহিলা
ডক্তৰ
ইয়াৰ পৰা এটাও নহয়
২। কণিকা ঘৰ ক’ত ?
1 point
গুৱাহাটী
ঘগ্ৰাপাৰত
নগাঁও
৩। কণিকা ক’ত চাকৰি কৰে ?
1 point
মালিগাঁৱত
মৰিগাঁওত
ইয়াৰ পৰা এটাও নহয়
৪। কণিকা হতৰ ঘৰত কোন কোন আছে ?
1 point
মাক-দেউতাক আৰু ভন্টি
মাক আৰু সৰু ভায়েক আছে
ইয়াৰ পৰা এটাও নহয়
৫। কণিকাৰ টোপোলাটোৰ ভিতৰত কি আছিল ?
1 point
বিস্কুট
চানা
মিঠাই
৬। শৰাইঘাট দলং ক’ত আছে ?
1 point
মৰিগাঁওত
নগাঁওত
ইয়াৰ পৰা এটাও নহয়
৭। কণিকাই কাৰ্যালয়লৈ কিহেৰে অহা-যোৱা কৰে ?
1 point
চাইকেলেৰে
ৰে’লগাড়ীয়ে
ইয়াৰ পৰা এটাও নহয়
৮। ৰে’লগাড়ীখনত মানুহ বহাৰ ভিতৰতো ভদ্ৰলোকজনত ক’ত বহি আছিল ?
1 point
বেঞ্চখনত
চকীত
ইয়াৰ পৰা এটাও নহয়
৯। কবিতাটোৰ কবি জনৰ নাম কি ?
ড’জয়কান্ত শৰ্মা
দেৱকান্ত বৰুৱা
নৱকান্ত বৰুৱা
১০। কণিকাৰ কিয় খং উঠিছিল ?
কণিকা পইটা হেৰাইছিল বাবে
কণিকাৰ পৰা ভদ্ৰলোকজনে বিস্কুট খোৱা বাবে
ইয়াৰ পৰা এটাও নহয়
১১। কণিকাক বহিবলৈ কোনে ঠাই উলিয়াই দিছিল ?
ভদ্ৰলোক জনে
সৰু ছোৱালী এজনীয়ে
ইয়াৰ পৰা এটাও নহয়
১২। বেঞ্চখনত কোন বহি আছিল ?
চাৰিজন বয়সীয়া লোক বহি আছিল
ছোৱালী এজনী বহি আছিল
ইয়াৰ পৰা এটাও নহয়
১৩। ৰেলখন আহিবলৈ কিমান ঘন্টা সময় লাগে ?
১ ঘন্টা সময় লাগে
আধা ঘন্টা সময় লাগে
২ ঘন্টা সময় লাগে
১৪। কনিকা কি লাগিছিল ?
ভোক আৰু পিয়াহ লাগিছিল
ভোক আৰু ভাগৰ লাগিছিল
ইয়াৰ পৰা এটাও নহয়
১৫। কনিকা কি লাগিছিল ?
লাজ লাগিছিল
ভয় লাগিছিল
ইয়াৰ পৰা এটাও নহয়
১৬। কণিকাই কি কৰে ?
এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে
এটা বে-চৰকাৰী কাৰ্যালয়ত চাকৰি কৰে
এটাও নহয়
১৭। কণিকাই ভাগ্যে ক’ত বহিবলৈ পাইছিল ?
শেষৰ ডবাটোত
শেষৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত
সমুখৰ ডবাটোৰ খিৰিকিখনৰ ওচৰত
১৮। কণিকাই পানীৰ বটলটো মোনাটোৰ পৰা উলিয়াওটে হাতত কি লাগিছিল ?
পানীৰ বটল কেইটা
বিস্কুটৰ টোপোলাটো
ওপৰৰ দুয়োটা
১৯। কণিকাৰ ভদ্ৰলোকজনৰ ওচৰত কি কৰিবলৈ মন গ’ল ?
ক্ষমা খুজিবলৈ
বিস্কুটটো ওভতাই দিবলৈ
এটাও নহয়
+২০। ________ এটা সৰু ষ্টেচন ।
ঘপাগ্ৰাৰ
ৰাজধানী
এটাও নহয়