Chapter- 10
বায়ুৰ ধৰ্ম
১। আন সকলো পদাৰ্থৰ দৰে বায়ুৰো ওজন আছে নে নাই।
(ক) নাই
(খ) আছে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) আছে ।
২। বায়ুয়ে যিকোনো খালী ঠাই অধিকাৰ কৰে নে নকৰে।
(ক) নকৰে
(খ) কৰে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) কৰে ।
৩। বায়ু বৰ সেৰেঙা বা পাতল নে দাঠ।
(ক) পাঠল
(খ) দাঠ
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) পাঠল ।
৪। বায়ুৰ মাজেদি সাধাৰণতে বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।
(ক) যায়
(খ) নাযায়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) নাযায় ।
৫। বায়ুয়ে চৰিওফালে হেঁচা বা চাপ দিয়ে।
(ক) দিয়ে
(খ) নিদিয়ে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) দিয়ে ।
৬। বায়ু আমি চকুৰে দেখা নাপাওঁ।
(ক) পাওঁ
(খ) নাপাওঁ
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) পাওঁ ।
৭। আমাৰ চাৰিওফালৰ সকলোতে বায়ুয়ে আগুৰি আছে।
(ক) নাই
(খ) আছে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) আছে ।
৮। সেৰেঙা বায়ু ঘন হ’লে চাপ বাঢ়ে।
(ক) নাবাঢ়ে
(খ) বাঢ়ে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) বাঢ়ে ।
৯। মুকলি বায়ুৰ চাপক বায়ুমণ্ডলীয় চাপ বুলি কওঁ
(ক) কওঁ
(খ) নকওঁ
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) কওঁ ।
১০। বায়ুক চেঁচা কৰি জুলীয়া কৰিব পাৰি।
(ক) নোৱাৰি
(খ) পাৰি
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) পাৰি ।
Type by- Bikul Mandal