Chapter-1
মৰমৰ আই
১। তোমাক সৰুতে কোনো ডাঙৰ-দীঘল কৰিছিল ?
(ক) আই
(খ) মামা
(গ) আইতা
উত্তৰঃ (ক) আই।
২। আই শব্দ অৰ্থ কি?
(ক) পিতাই
(খ) ককা
(গ) মা
উত্তৰঃ (গ) মা।
৩। মাকে সৰু ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীতবোৰ নাম কি ?
(ক) নিচুকনি গীত
(খ) বৰগীত
(গ) লোক গীত
উত্তৰঃ (ক) নিচুকনি গীত।
৪। সৰুতে তোমাক কোনে নিচুকাইছিল ?
(ক) মামা
(খ) আইতা
(গ) মা
উত্তৰঃ (গ) মা।
৫। সিজনাক বুলি কাক বুজোৱা হৈছিল ?
(ক) বায়েক
(খ) মায়েক
(গ) ভায়েক
উত্তৰঃ (খ) মায়েক।
৬। চেনেহৰ চকুপানী ধাৰেৰে বোৱাই কোনে তোমাক বুকুত শুৱাই ৰাখিছিল ?
(ক) ককা
(খ) মা
(গ) মাহী
উত্তৰঃ (খ) মা।
৭। অ’ত ত’ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক কেনেদৰে নিচুকায় ?
(ক) নাম গুণ গাই
(খ) লোক গীত গাই
(গ) বৰগীত গাই
উত্তৰঃ (ক) নাম গুণ গাই।
৮। মৰমৰ আইক আমি কিয় পাহৰিব নোৱাৰো ?
(ক) ভাল কাৰণে
(খ) বেয়া
(গ) পূজনীয়া আই
উত্তৰঃ (গ) পূজনীয়া আই।
৯। স্নেহ শব্দ অৰ্থ কি ?
(ক) চেনেহ, মৰম
(খ) খং
(গ) দূখ
উত্তৰঃ (ক) চেনেহ, মৰম।
১০। অসীম শব্দ অৰ্থ কি ?
(ক) সীমা নথকা
(খ) সীমা হীন
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১১। মৰমৰ আই কবিতাটি কোনে ৰচনা কৰিছিল ?
(ক) আনন্দচন্দ্ৰ আগৰৱালা
(খ) বিষয় চন্দ্ৰ বিশ্বাসী
(গ) এটাও নহয়
উত্তৰঃ (ক) আনন্দচন্দ্ৰ আগৰৱালা।
১২। নৰিয়া শব্দৰ অৰ্থ কি ?
(ক) লালন-পালন
(খ) বেমাৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) বেমাৰ।
১৩। আয়ে মোক ___________ ডাঙৰ কৰিছে ।
(ক) নাম-গুন গাই
(খ) তুলি-তালি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) তুলি-তালি।
১৪। অসীম শব্দৰ অৰ্থ কি ?
(ক) সীমা নথকা
(খ) সুমধুৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) সীমা নথকা।
১৫। নিচুকনি গীত মানে কি ?
(ক) সৰু ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত
(খ) মানুহৰ মুখে মুখে চলি অহা পুৰণি গীত
(গ) এটাও নহয়
উত্তৰঃ (ক) সৰু ল’ৰা-ছোৱালীক টোপনি নিয়াবলৈ গোৱা গীত।
১৬। চেনেহৰ চকুপানী __________ বোৱাই,
(ক) নদীৰ দৰে
(খ) ধাৰেৰে
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) ধাৰেৰে।
১৭। কবিৰ মতে পূজনীয় মৰমৰ আই কোন ?
(ক) মা
(খ) বা
(গ) আইতা
উত্তৰঃ (ক) মা।
১৮। মাকে সন্তানক কিমান মৰম কৰে ?
(ক) সীমাহীন
(খ) অসীম
(গ) এটাও নহয়
উত্তৰঃ (খ) অসীম।
১৯। তলৰ কোনটো শুদ্ধ-
(ক) কেনেকঈ
(খ) কেনেকই
(গ) এটাও নহয়
উত্তৰঃ (গ) এটাও নহয়।
২০। একেথিৰে শব্দৰ অৰ্থ কি ?
(ক) একে থিতাতে
(খ) হঠাৎ
(গ) লৰচৰ নকৰা
উত্তৰঃ (গ) লৰচৰ নকৰা।
Type by- Subhas Nath