Chapter- 8
পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ
১। সূৰ্যৰ পোহৰ নাপালে উদ্ভিদে খাদ্য তৈয়াৰ কৰিব নোৱাৰে। হয় নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
২। প্ৰকৃতিৰ পৰা পোৱাৰ সম্পদক কি বুলি কোৱা হয়?
(ক) প্ৰাকৃতিক সম্পদ
(খ) আপুৰুগীয়া সম্পদ
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) প্ৰাকৃতিক সম্পদ ।
৩। সাগৰৰ তলত তৰপে-তৰপে বালি গোট খাই চাপৰ প্ৰভাৱত গোট মাৰে আৰু এবিধ শল সৃষ্টি হয়। শল বিধৰ নাম কি?
(ক) গেদীয় শিল
(খ) আগ্নেয় শিল
(গ) ৰূপান্তৰিত শিল
উত্তৰ- (ক) গেদীয় শিল ।
৪। শিলৰ পৰা কি সৃষ্টি হয়?
(ক) শিল
(খ) বালি
(গ) সৰু শিল
উত্তৰ- (খ) বালি ।
৫। বালিৰ পৰা পুনৰ কিহৰ লৈ সৃষ্টি হয়?
(ক) শিললৈ
(খ) মাটিলৈ
(গ) ডাঙৰ শিললৈ
উত্তৰ- (ক) শিললৈ ।
৬। পেট্ৰ’লিয়ামৰ ওপৰত উচ্চ চাপত গেছৰ একোটা আৱৰণ থাকে। ইয়াকে প্ৰাকৃতিক গেছ বোলা হয়?
(ক) হয়
(খ) নহয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) হয় ।
৭। দুবিধ বিশেষ প্ৰাকৃতিক সম্পদ হ’ল কয়লা আৰু পেট্ৰ’লিয়াম। হয় নে নহয়।
(ক) হয়
(খ) নহয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) হয় ।
৮। অসমৰ লিডু, ৰাংৰিং, বৰগোলাই, টিপং আদিত কয়লাখনি আছে নে নাই।
(ক) নাই
(খ) আছে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) আছে ।
৯। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান হয় নে নহয়।
(ক) নহয়
(খ) হয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) হয় ।
১০। গিবন, পবিতৰা, লাওখোৱা আদি হ’ল অভয়াৰণ্য হয় নে নহয়।
(ক) নহয়
(খ) হয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) হয় ।
Type by- Bikul Mandal