Chapter- 6
আমাৰ শৰীৰৰ বিভিন্ন তন্ত্ৰ
১। এজন প্ৰপ্তবয়স্ক ব্যক্তিৰ মুখত মুঠ দাঁত কিমাটা আছে
(ক) ৩০
(খ) ৩১
(গ) ৩২
উত্তৰ- (গ) ৩২ ।
২। আমাৰ মুখত কেইপ্ৰকাৰৰ দাঁত আছে?
(ক) চাৰি প্ৰকাৰৰ
(খ) পাঁচ প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
উত্তৰ- (ক) চাৰি প্ৰকাৰৰ ।
৩। হৃদপিণ্ড আমাৰ ক’ত থাকে?
(ক) পেটত থাকে
(খ) বুকুত থাকে
(গ) চকুত থাকে
উত্তৰ- (খ) বুকুত থাকে ।
৪। মনুহৰ শৰীৰত মুঠ কিমান ডাল হাড় থাকে?
(ক) ২০৩
(খ) ২০৪
(গ) ২০৬
উত্তৰ- (গ) ২০৬ ।
৫। খাদ্য ভালদৰে চোবাই খাব লাগে?
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৬। আমি সদায় সঠিক আৰু নিদিৰ্ষ্ট সময়ত আহাৰ গ্ৰহণ কৰিব লাগে?
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৭। খাদ্য সৰু আৰু টুকুৰা কৰি খাব লাগে নে নালাগে?
(ক) নালাগে
(খ) লাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (খ) লাগে ।
৮। যথেষ্ট পৰিমাণে পানী খাব লাগে নে নালেগে?
(ক) নালাগে
(খ) লাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (খ) লাগে ।
৯। মানুহৰ হাড় ২০৩ ডাল থাকে হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (খ) নহয় ।
১০। আমাৰ শৰীৰৰ একোটা বিশেষ কাৰ্য কেইবাটাও আংগ মিলি সমাধান কৰে। এনেদৰে কাৰ্য সম্পাদন কৰা অংগ গোটক অংগতন্ত্ৰ বোলা হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
Type by- Bikul Mandal