Chapter- 20
লক্ষ্মণৰ মূৰ্ছা গ’ল
১। কোন উভতি অহাৰ পাছত ৰামে যুদ্ধ আৰম্ভনি কৰিলে ?
(ক) হনুমান
(খ) অঙ্গদৰ
(গ) সুগ্ৰীৱ
উত্তৰ- (খ) অঙ্গদৰ ।
২। লঙ্কা চাৰিখন ডাঙৰ ডাঙৰ কি আছে ?
(ক) দুৱাৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) খিৰগি
উত্তৰ- (ক) দুৱাৰ ।
৩। সেনা কেইটা ভাগত ভাগ কৰা হৈছিল ?
(ক) ২ টা ভাগত
(খ) ৫টা ভাগত
(গ) ৩টা ভাগত
উত্তৰ- (গ) ৩টা ভাগত ।
৪। পশ্চিমৰ দুৱাৰ ৰক্ষা কোনে কৰিছিল ?
(ক) ৰাৱণৰ
(খ) মেঘনাদে
(গ) কুম্ভকৰ্ণ
উত্তৰ- (খ) মেঘনাদে ।
৫। মেঘনাদ কাৰ পুত্ৰ আছিল ?
(ক) ৰাৱণৰ
(খ) কুম্ভকৰ্ণ
(গ) বিভীষণ
উত্তৰ- (ক) ৰাৱণৰ ।
৬। কোনে মেঘনাদৰ বুকুত গোৰ মাৰিছিল ?
(ক) অঙ্গদে
(খ) ৰামে
(গ) হনুমানে
উত্তৰ- (গ) হনুমানে ।
৭। হনুমানে কাৰ সোনা ধ্বংস কৰিবলৈ ধৰিলে ?
(ক) ৰামৰ সেনা
(খ) ৰাক্ষসৰ সোনা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ৰাক্ষসৰ সোনা ।
৮। কোন অতি মায়াবী আছিল ?
(ক) মেঘনাদ
(খ) ৰাম
(গ) অঙ্গদ
উত্তৰ- (ক) মেঘনাদ ।
৯। সেইদিনা মেঘনাদে কাৰ মুখামুখি গৈছিল ?
(ক) লক্ষ্মণৰ
(খ) ৰামৰ
(গ) অঙ্গদ
উত্তৰ- (ক) লক্ষ্মণৰ ।
১০। লক্ষ্মণৰ বুকুত কি লাগিছিল ?
(ক) তৰোৱাল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) বাণ
উত্তৰ- (গ) বাণ
Type by- Bikul Mandal