Chapter- 18
সাগৰৰ ওপৰত সাঁকো
১। কাৰ লগ লগাত ৰামৰ শক্তি আৰু বাঢ়িল ?
(ক) লক্ষ্মণ
(খ) বিভীষণৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) বিভীষণৰ ।
২। সাগৰ পৰা কেনেকৈ হ’ল ?
(ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সাগৰৰ ওপৰত নাওঁৰে পৰা হৈছিল
উত্তৰ- (ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল ।
৩। সুগ্ৰীৱে সেনা-বাহিনী পৰা কাক মাতিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) নল আৰু নলী
(গ) হনুমানক আৰু বিভীষণ
উত্তৰ- (খ) নল আৰু নলী ।
৪। অভিযন্তা অৰ্থ কি ?
(ক) ইঞ্জিনিয়াৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) পুলিচ
উত্তৰ- (ক) ইঞ্জিনিয়াৰ ।
৫। নল-নীলে সাগৰ ওপচত কি সাজিলে ?
(ক) ঘৰ সাজিলে
(খ) সাঁকো সাজিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) সাঁকো সাজিলে ।
৬। ৰামে কাৰ মনৰ কথা বুজি পালে ?
(ক) বান্দৰ মনৰ কথা
(খ) সিংহ মনৰ কথা
(গ) কেৰ্কেটুৱাৰ মনৰ কথা
উত্তৰ- (গ) কেৰ্কেটুৱাৰ মনৰ কথা ।
৭। কোনে ৰামক একো নকলে ?
(ক) কেৰ্কেটুৱায়ে
(খ) বাম্দৰে
(গ) সিংহয়ে
উত্তৰ- (ক) কেৰ্কেটুৱায়ে ।
৮। ৰামৰ কাক দেখি আচৰিত লাগিল ?
(ক) বান্দৰ দেখি
(খ) কেৰ্কেটুৱাৰ দেখি
(গ) সিংহ দেখি
উত্তৰ- (খ) কেৰ্কেটুৱাৰ দেখি ।
৯। ৰামে কাৰ পিঠিত হাত বুলালে ?
(ক) কেৰ্কেটুৱাৰক
(খ) সিংহক
(গ) বান্দৰক
উত্তৰ- (ক) কেৰ্কেটুৱাৰক ।
১০। ৰামে সাগৰৰ পাৰত কাৰ বিশাল মন্দিৰ সাজিলে ?
(ক) ৰামৰ বিশাল মন্দিৰ
(খ) শিৱৰ বিশাল মন্দিৰ
(গ) গণেশৰ বিশাল মন্দিৰ
উত্তৰ- (খ) শিৱৰ বিশাল মন্দিৰ ।
Type by- Bikul Mandal