Chapter- 14
হনুমান সাগৰ পাৰ হ’ল
১। অঙ্গদ কাৰ পুত্ৰ আছিল ?
(ক) সুগ্ৰীৱ
(খ) বালী
(গ) হনুমান
উত্তৰ- (খ) বালী ।
২। কোন কোন সাগৰ পৰা পালে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) হনুমান আৰু ৰাম, লক্ষ্মণক
(গ) হনুমান আৰু জাম্বৱন্তক, অঙ্গদ
উত্তৰ- (খ) হনুমান আৰু ৰাম, লক্ষ্মণক ।
৩। সাগৰ ওচৰত এটা কি আছিল ?
(ক) এটা গুহা আছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) এটা পুখুৰী আছিল
উত্তৰ- (ক) এটা গুহা আছিল ।
৪। গুহাৰ ভিতৰত কোনে কেকাই আছিল ?
(ক) এটা প্ৰকাণ্ড সিংহয়ে
(খ) এটা প্ৰকাণ্ড চৰায়ে
(গ) এটা প্ৰকাণ্ড কুকুৰে
উত্তৰ- (খ) এটা প্ৰকাণ্ড চৰায়ে ।
৫। সেই চৰাইটো নাম কি আছিল ?
(ক) সম্পাতী
(খ) জটায়ু
(গ) সুগ্ৰীৱ
উত্তৰ- (ক) সম্পাতী ।
৬। সম্পাতী ককায়েক কোন আছিল ?
(ক) জটায়ু
(খ) নাচিকেত
(গ) ইয়াৰ পৰা এটবও নহয়
উত্তৰ- (ক) জটায়ু ।
৭। সম্পাতী ক’লৈ যাওটে পাখিবোৰ পুৰি গৈছিল ?
(ক) জুই ওচৰলৈ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সূৰ্য্য ওচৰলৈ
উত্তৰ- (গ) সূৰ্য্য ওচৰলৈ ।
৮। কোনে জটায়ু মৃত্যু বাতৰি শুনি বৰ আঘাত পালে ?
(ক) হনুমানে
(খ) সম্পাতী
(গ) ৰাম
উত্তৰ- (খ) সম্পাতী ।
৯। সম্পাতীৰ কাৰ ওপৰত খং উঠিছিল ?
(ক) ৰাৱণৰ ওপৰত
(খ) ৰামৰ ওপৰত
(গ) হনুমানৰ ওপৰত
উত্তৰ- (ক) ৰাৱণৰ ওপৰত ।
১০। সীতাৰ ঠিকনা কথা কোনে হনুমানক কৈছিল?
(ক) জটায়ু
(খ) অঙ্গদ
(গ) সম্পাতী
উত্তৰ- (গ) সম্পাতী ।
Type by- Bikul Mandal