Chapter- 11
শবৰীৰ এৰেহা হোৱা বগৰী
১। সোণৰ হৰিণৰূপী ৰাক্ষস কোন আছিল ?
(ক) ৰাৱণ
(খ) মাৰীচ
(গ) ইয়াৰ পৰা এটাও নহয়.
উত্তৰ- (খ) মাৰীচ ।
২। ৰাম বাটত কাক দেখা পালে ?
(ক) জটায়ু
(খ) শৱৰীয়ে
(গ) ৰাৱণক
উত্তৰ- (ক) জটায়ু ।
৩। কোন অচেতন হৈআছিল ?
(ক) শৱৰী
(খ) ৰাৱণ
(গ) জটায়ু
উত্তৰ- (গ) জটায়ু ।
৪। জটায়ু ৰামক কি কথা ক’লে ?
(ক) ৰাৱণে সীতা হৰণ কৰি নিয়া কথা কৈছে
(খ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ৰাৱণে সীতা হৰণ কৰি নিয়া কথা কৈছে ।
৫। জটায়ু কাৰ কোলাতেই প্ৰাণ ত্যাগ কৰিলে ?
(ক) লক্ষ্মণৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰামৰ
উত্তৰ- (গ) ৰামৰ ।
৬। ৰামে কাৰ দাহ-সংস্কাৰ কৰিলে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) জটায়ু
(গ) তাড়কা
উত্তৰ- (খ) জটায়ু ।
৭। দুয়ে ভাতৃ কাক বিচাৰি আগবাঢ়িল ?
(ক) সীতাৰ
(খ) ভৰত
(গ) শত্ৰুঘ্ন
উত্তৰ- (ক) সীতাৰ ।
৮। বুঢ়ীগৰাকী নাম কি ?
(ক) মোহিনী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) শবৰী
উত্তৰ- শবৰী ।
৯। শবৰী কোন আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ধুনিয়া তিৰোতা আছিল
(গ) বুঢ়ী তিৰোতা আছিল
উত্তৰ- (গ) বুঢ়ী তিৰোতা আছিল ।
১০। শবৰীয়ে ৰামক কি খাব দিছিল ?
(ক) মিঠা আম
(খ) মিঠা বগৰী
(গ) মিঠা কমলা
উত্তৰ- (খ) মিঠা বগৰী ।
Type by- Bikul Mandal