Chapter- 10
আমাৰ দেশৰ সংস্কৃতি
১।বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা?
(ক) ২১ টা
(খ) ২২ টা
(গ) ২৩ টা
উত্তৰ- (খ) ২২ টা ।
২। ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত আটাইতকৈ পুৰণি ভাষা কি?
(ক) হিন্দী, মৈথিলী
(খ) মাৰাঠী, পঞ্জৱী
(গ) তামিল, সংস্কৃত
উত্তৰ- (গ) তামিল, সংস্কৃত ।
৩। সিন্ধু ধৰ্ম প্ৰাচীন কালৰপৰা চলি অহাৰ বাবে ইয়াক কি ধৰ্ম বুলি কোৱা হয়?
(ক) সনাতন
(খ) তেলুগু
(গ) তামিল
উত্তৰ- (ক) সনাতন ।
৪। জৈন ধৰ্মৰ মহাপুৰুষ বা পথ প্ৰদৰ্শকসকলক কি বোলা হয়?
(ক) সনাতন
(খ) তীৰ্থংকৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) তীৰ্থংকৰ ।
৫। জৈন ধৰ্মৰ তীৰ্থংকৰ কেইজন আছিল?
(ক) ২৬
(খ) ২৫
(গ) ২৪
উত্তৰ- (গ) ২৪ ।
৬। ইছলাম ধৰ্মৰ ধৰ্মপুথিখনৰ নাম কি?
(ক) কোৰান
(খ) শ্বৰিফ
(গ) কোৰান শ্বৰিফ
উত্তৰ- (গ) কোৰান শ্বৰিফ ।
৭। খ্ৰীষ্টান ধৰ্ম জনসংখ্য়াৰ ফালৰপৰা কেই নম্বৰ বৃহৎ ধৰ্ম?
(ক) প্ৰথম
(খ) দ্বিতীয়
(গ) তৃতীয়
উত্তৰ- (গ) তৃতীয় ।
৮। মানুহৰ সমগ্ৰ জীৱনধাৰাক কি বোলা হয়?
(ক) সাহিত্য়
(খ) নৃত্য়
(গ) সংস্কৃতি
উত্তৰ- (গ) সংস্কৃতি ।
৯। ভাৰতীয় সভ্য়তাৰ আদি গ্ৰন্থ বেদ কেইখন?
(ক) তিনিখন
(খ) চাৰিখন
(গ) পাঁচখন
উত্তৰ- (খ) চাৰিখন ।
১০। গুপ্ত যুগক ভাৰতীয় কলাক কি বুলি কোৱা হয়?
(ক) গুহাচিত্ৰই
(খ) সুৱৰ্ণ যুগ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) সুৱৰ্ণ যুগ ।
Type Bikul Mandal