Chapter- 11
ভাৰতৰ সংস্কাৰ আন্দোলন
১। ব্ৰিটিছ শাসনৰ সনয়ত ভাৰতৰ সমাজত কু-প্ৰথাৰ প্ৰচলন আছিল। ইয়াৰ ভিতৰত এটাৰ নাম কোৱা?
(ক) স্ত্ৰী শিক্ষাত গুৰুত্ব দিয়া
(খ) বাল্য় বিবাহ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) বাল্য় বিবাহ ।
২। কিমান চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল?
(ক) ১৯৩১
(খ) ১৯২৫
(গ) ১৮২৮
উত্তৰ- (গ) ১৮২৮ ।
৩। কিমান চনৰ মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰা হৈছিল?
(ক) ১৯১৬
(খ) ১৯২৫
(গ) ১৯২৭
উত্তৰ- (ক) ১৯১৬ ।
৪। কিমান চনত কেশৱ চন্দ্ৰ সেনৰ চেষ্টাত প্ৰাৰ্থনা সমাজ গঠিত হৈছিল?
(ক) ১৯৭০
(খ) ১৮৯৮
(গ) ১৮৬৭
উত্তৰ- (গ) ১৮৬৭ ।
৫। কিমান চনত স্বামী দয়ানন্দ সৰস্বতীৰ চেষ্টাত আৰ্য সমাজ স্থাপিত হৈছিল?
(ক) ১৯৫২
(খ) ১৮৭৫
(গ) ১৯৮১
উত্তৰ- (খ) ১৮৭৫ ।
৬। কিমান চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল?
(ক) ১৯৮০
(খ) ১৯৬২
(গ) ১৮৯৬
উত্তৰ- (গ) ১৮৯৬ ।
৭। দয়ানন্দ সৰস্বতী সংস্কৃতৰ এগৰাকী কি আছিল?
(ক) মুখ্য় পণ্ডিত
(খ) বিদগ্ধ পণ্ডিত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) বিদগ্ধ পণ্ডিত ।
৮। স্বামী বিবেকানন্দৰ মতে মানুহক ভালপোৱাই হ’ল?
(ক) গছ-গছনিক ভাল পোৱা
(খ) ঘৰ-দুৱাক ভাল পোৱা
(গ) ঈশ্বৰক ভাল পোৱা
উত্তৰ- (গ) ঈশ্বৰক ভাল পোৱা ।
৯। তেওঁ যি বাণী প্ৰচাৰ কৰিছিল সেই বাণীয়ে তেওঁক সকলো দেশতে কি কৰি তুলিছিল?
(ক) জনপ্ৰিয়
(খ) অজনপ্ৰিয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) জনপ্ৰিয় ।
১০। ভাৰতৰ বিভিন্ন ঠাইত ৰামকৃষ্ণ মিছন স্থাপন হোৱাৰ উপৰি আৰু কত স্থাপন হৈছিল?
(ক) ঘৰে-ঘৰে
(খ) বিদেশত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) বিদেশত ।
Type by- Bikul Mandal