Chapter- 11
যোগাযোগ আৰু যাতায়ত ব্যৱস্থা
১) এঠাইৰ খা – খবৰবোৰ আন ঠাইলৈ পঠিয়াব পৰা ব্যৱস্থটোক কি বোলা হয় ?
ক) যোগাযোগ ব্যৱস্থা
খ) যাতায়ত ব্যৱস্থা
গ) ইণ্টাৰনেট ব্যৱস্থা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) যোগাযোগ ব্যৱস্থা ।
২। পৃথিৱীখন এখন কিহৰ দৰে হৈ গৈছে গৈ ?
ক) এখন ৰাজ্যৰ দৰে
খ) এখন গাওঁৰ দৰে
গ) এখন জিলাৰ দৰে
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) এখন গাওঁৰ দৰে ।
৩। কিহৰ জৰিয়তে দেশ – বিদেশৰ মানুহৰ লগত পোনপটীয়া কথা পাতিব পাৰি ?
ক) ডাকসেৱাৰ জৰিয়তে
খ) টেলিফোনৰ জৰিয়তে
গ) ইণ্টাৰনেটৰ জৰিয়তে
ঘ) বাতৰি -কাকতৰ জৰিয়তে
উত্তৰ- খ) টেলিফোনৰ জৰিয়তে ।
৪। ম’বাইল ফোনৰ অত্যাধিক ব্য়ৱহাৰে শৰীৰৰ কি হব পাৰে?
ক) বিকাশ কৰিব পাৰে
খ) ক্ষতি কৰিব পাৰে
গ) বৃদ্ধি কৰিব পাৰে
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) ক্ষতি কৰিব পাৰে ।
৫। বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় যোগযোগ ব্যৱস্থাটো কি?
ক) ফেক্স ব্য়ৱস্থা
খ) অনাতাঁৰ ব্যৱস্থা
গ) বাতৰি – কাকত ব্যৱস্থা
ঘ) ইণ্টাৰনেট ব্যৱস্থা
উত্তৰ- গ) বাতৰি – কাকত ব্যৱস্থা ।
৬। আমাৰ সমাজখন , দেশখন , পৃথিৱীখন , আনকি বিশ্বৰ সকলে খবৰ কত ছপা কৰা হয় ?
ক) ইণ্টাৰনেটত ছপা কৰা হয়
খ) বাতৰি – কাকতত ছপা কৰা হয়
গ) টেলিভিজনত চপা কৰা হয়
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) বাতৰি – কাকতত ছপা কৰা হয় ।
৭। অতি কম সময়তে চিঠি বা দৰকাৰী কাগজ – পএৰ হুবহু প্ৰতিলিপি কি যন্ত্ৰৰ সহায়ত পঠিয়াব পাৰি ?
ক) ফেক্স ৰ সহায়ত
খ) দূৰদৰ্শন ৰ সহায়ত
গ) ইণ্টাৰনেটৰ সহায়ত
ঘ) অনাতাঁৰ সহায়ত
উত্তৰ- ক) ফেক্স ৰ সহায়ত ।
৮। ইণ্টাৰনেটক আধুনিক যুগৰ কি বুলি কোৱা হয় ?
ক) যাতায়ত বুলি কোৱা হয়
খ) পুথিভঁৰাল বুলি কোৱা হয়
ঘ) অনাতাঁৰ বুলি কোৱা হয়
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) পুথিভঁৰাল বুলি কোৱা হয় ।
৯। অসমত কেইপ্ৰকাৰৰ যাতায়ত ব্যৱস্থা আছে ?
ক) দুই প্ৰকাৰৰ
খ) তিনি প্ৰকাৰৰ
গ) চাৰি প্ৰকাৰৰ
ঘ) পাচঁ প্ৰকাৰৰৰ
উত্তৰ- গ) চাৰি প্ৰকাৰৰ ।
১০। বিভিন্ন অঞ্চলৰ সৰু বৰ আলি কি হৰ অন্তৰ্গত ?
ক) পঞ্চায়তৰ অন্তৰ্গত
খ) জিলাৰ অন্তৰ্গত
গ) কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) পঞ্চায়তৰ অন্তৰ্গত ।
Type by- Bikul Mandal