Chapter- 8.32
পশ্চিম কাৰ্বি আংলং জিলা
১। কাৰ্বি জনজাতি লোকৰ বসতিৰ বাবেই এই জিলাখনক কি নামেৰে জনা যায় ?
ক) নলবাৰী
খ) কাছাৰ
গ) কাৰ্বি আংলং
ঘ) মেঘালয়
উত্তৰ- গ) কাৰ্বি আংলং ।
২। এই জিলাৰ উওৰে কি জিলা আছে ?
ক) ডিমা হাছাও জিলা
খ) নগাওঁ
গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা
ঘ) হোজাই জিলা
উত্তৰ- গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা ।
৩। এই জিলাৰ সদৰ ঠাই কি ?
ক) হামৰেণ
খ) ডিমা হাছাও
গ) মেঘালয়
ঘ) হোজাই
উত্তৰ- ক) হামৰেণ ।
৪। এই জিলাৰ মহকুমা কত আছে ?
ক) ডিমা হাছাও
খ) মেঘালয়
গ) হোজাই
ঘ) হামৰেণ
উত্তৰ- ঘ) হামৰেণ ।
৫। এই জিলাৰ মাটিকালি কিমান ?
ক) ৩০৩৫ বৰ্গ কিঃমিঃ
খ) ৩০৫৩ বৰ্গ কিঃমিঃ
গ) ৩২০৫ বৰ্গ কিঃমিঃ
ঘ) ৩৩৩৩ বৰ্গ কিঃমিঃ
উত্তৰ- ক) ৩০৩৫ বৰ্গ কিঃমিঃ ।
৬। এই জিলাৰ জনসংখ্যা কিমান ?
ক) ৩,০০,০০০ জন
খ) ৩,০০,০০১ জন
গ) ৩,০০,৪০৩ জন
ঘ) ৩০,৯৯,৯৯৯ জন
উত্তৰ- ক) ৩,০০,০০০ জন ।
৭। এই জিলাখন চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম কি ?
ক) ৫৫ নং
খ) ৫২ নং
গ) ৫৮ নং
ঘ) ৩৭ নং
উত্তৰ- গ) ৫৮ নং ।
৮। এই জিলাত যথেষ্ট পৰিমাণে কি উৎপাদন কৰা হয় ?
ক) ধান উৎপাদন কৰা হয়
খ) কপাহ উৎপাদন কৰা হয়
গ) ঘেহুঁ উৎপাদন কৰা হয়
ঘ) সৰিয়হ উৎপাদন কৰা হয়
উত্তৰ- খ) কপাহ উৎপাদন কৰা হয় ।
৯। এই জিলাৰ প্ৰধান শিল্প কি ?
ক) কুটীৰ শিল্প
খ) বাহঁ বেতৰ শিল্প
গ) বয়ন শিল্প
ঘ) লোক – শিল্প
উত্তৰ- খ) বাহঁ বেতৰ শিল্প ।
১০। এই জিলাৰ পূবে কি জিলা ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) ডিমা হাছাও জিলা
ঘ) হোজাই জিলা
উত্তৰ- ঘ) হোজাই জিলা ।
Type by- Bikul Mandal