Chapter- 8.27
শোণিতপুৰ জিলা
১। বৰ্তমান তেজপুৰ চহৰ প্ৰাচীন কালত কি নামৰ ৰজাৰ ৰাজধানী আছিল ?
ক) চুকাফা ৰজা
খ) চুখাংফা ৰজা
গ) চুডাংফা ৰজা
ঘ) বাণ ৰজা
উত্তৰ- ঘ) বাণ ৰজা ।
২। বাণ ৰজাৰ জীয়েকৰ নাম কি ?
ক) লিজাশ্ৰী
খ) কৰবী
গ)ঊষা
ঘ) কাঞ্চন
উত্তৰ- গ) ঊষা ।
৩। শ্ৰীকৃষ্ণৰ নাতিয়েকৰ নাম কি ?
ক) পিংকু
খ) পল্লব
গ) প্ৰিয়ম
গ) অনিৰুদ্ধই
উত্তৰ- গ) অনিৰুদ্ধই ।
৪। বাণ ৰজাই অনিৰুদ্ধক কত বন্দী কৰি থয় ?
ক) মৰিগাওঁত
খ) নলবাৰীত
গ) তেজপুৰত
ঘ) বৰঙাবাৰীত।
৫। ‘হৰি-হৰৰ যুদ্ধ কাৰ মাজত হৈছিল ?
ক) মোগল আৰু আহোম মাজত
খ) মোগল আৰু ইংৰাজসকল মাজত
গ) হৰি আৰু হৰৰ মাজত
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) হৰি আৰু হৰৰ মাজত ।
৬। ‘হৰি-হৰৰ ‘যুদ্ধত কিহেৰে নৈ বৈ গৈছিল ?
ক) পানীৰে
খ) শোণিতেৰে
গ) বৰষেৰে
ঘ) চাহেৰে
উত্তৰ- খ) শোণিতেৰে ।
৭। তেজপুৰ জিলাৰ সদৰ ঠাই কি ?
ক) তেজপুৰ
খ) মৰিগাওঁ
গ) নলবাৰী
ঘ) নগাওঁ
উত্তৰ- ক) তেজপুৰ ।
৮। শেণিতপুৰ জিলাৰ মাটিকালি কিমান ?
ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ
খ) ৫,৩২৩.৯৮ বৰ্গ কিঃমিঃ
গ) ৫,৩২৪.৯৮ বৰ্গ কিঃমিঃ .
ঘ) ৫,৩২৫.৯৮ বৰ্গ কিঃমিঃ
উত্তৰ- ক) ৫,৩২২.৯৮ বৰ্গ কিঃমিঃ ।
৯। শোণিতপুৰ জিলাৰ জনসংখ্যা কিমান ?
ক) ১৯,২৬,৮৭৫ জন
খ) ১৬,২৫,৮৯০ জন
গ) ১৯,২৫,৯৭৫ জন
ঘ) ৫৫,৫৫,৫৫৫ জন
উত্তৰ- গ) ১৯,২৫,৯৭৫ জন ।
১০। শোণিতপুৰ জিলাৰ প্ৰধান নদী ?
ক) বৰাক
খ) গংগা
গ) ব্ৰহ্মপুত্ৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) ব্ৰহ্মপুত্ৰ ।
Type by- Bikul Mandal