Chapter- 8.25
লখিমপুৰ জিলা
১। সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাসস্থান হিচাপে কোনখন জিলাক জনা যায় ?
ক) মৰিগাওঁ জিলাক
খ) লখিমপুৰ জিলাক
গ) ধেমাজি জিলাক
ঘ) নগাওঁ জিলাক
উত্তৰ- খ) লখিমপুৰ জিলাক ।
২। ‘পূৰ’ মানে কি ?
ক) ভৰি
খ) হাত
গ) লখিমী
ঘ) ওপৰৰ এটাও নহয়.
উত্তৰ- ক) ভৰি ।
৩। লখিমীৰে ভৰি থকা ঠাইখনক কি বুলি কোৱা হয় ?
ক) মৰিগাওঁ বুলি কোৱা হয়
খ) লখিমপুৰ বুলি কোৱা হয়
গ) নগাওঁ বুলি কোৱা হয়
ঘ) শিৱসাগৰ বুলি কোৱা হয়
উত্তৰ- খ) লখিমপুৰ বুলি কোৱা হয় ।
৪। লখিমপুৰ জিলাৰ উওৰে কি জিলা আছে ?
ক) অৰুণাচল প্ৰদেশ আছে
খ) মৰিগাওঁ আছে
গ) শিৱসাগৰ আছে
ঘ) যোৰহাট আছে
উত্তৰ- ক) অৰুণাচল প্ৰদেশ আছে ।
৫। লখিমপুৰ জিলাৰ পূৱে কি আছে ?
ক) মাজুলি জিলা আছে ।
খ) ধেমাজি জিলা আছে ।
গ) অৰুণাচল প্ৰদেশ আছে ।
ঘ) নগাওঁ জিলা আছে ।
উত্তৰ- খ) ধেমাজি জিলা আছে ।
৬। লখিমপুৰ জিলাৰ জনসংখ্যা কিমান ?
ক) ১০,৪০,৬৪৫ জন ।
খ) ১o, ৪০,৬৪৪জন ।
গ) ১০,৪১,৬৮৩ জন ।
ঘ) ১০,৪১,৬৮৪ জন ।
উত্তৰ- খ) ১o, ৪০,৬৪৪জন ।
৭। লখিমপুৰ জিলাৰ প্ৰধান নদী কি ?
ক) ব্ৰহ্মপুত্ৰৰ
খ) গংগা
গ) বৰাক
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) ব্ৰহ্মপুত্ৰৰ ।
৮। লখিমপুৰ জিলাৰ মুঠ মাটিকালি কিমান ?
ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।
খ) ২,৩৫০,২৩ বৰ্গ কিঃমিঃ।
গ) ৩,৩৫০,২৫ বৰ্গ কিঃমিঃ ।
ঘ) ২,৩৩৩,৩৩ বৰ্গ কিঃমিঃ।
উত্তৰ- ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।
৯। লখিমপুৰ জিলাৰ সদৰ ঠাই কি ?
ক) মৰাণ
খ) শিৱসাগৰ
গ) উওৰ লখিমপুৰ
ঘ) ডিব্ৰুগড়
উত্তৰ- গ) উওৰ লখিমপুৰ ।
১০। লখিমপুৰ জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) মাজুলী জিলা
খ) নলবাৰী জিলা
গ) শিৱসাগৰ জিলা
ঘ) মৰাণ জিলা
উত্তৰ- ক) মাজুলী জিলা ।
Type by- Bikul Mandal