Chapter- 8.21
চৰাইদেউ জিলা
১। আহোমসকলে ৰংপুৰৰ পৰা ৰাজধানী তুলি নি কত পাতিছিল ?
ক) ডিব্ৰুগড়
খ) চৰাইদেউ
গ) লাকুৱা
ঘ) মৰাণ
উত্তৰ- খ) চৰাইদেউ ।
২। চৰাইদেউ কিহৰ বাবে বিখ্যাত ?
ক) পৰিভ্ৰমী চৰাই বাবে
খ) প্ৰাকূতিক গেছ বাবে
গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে
ঘ) কয়লাৰ বাবে
উত্তৰ- গ) স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ।
৩। চৰাইদেউ জিলাৰ উওৰে কি জিলা আছে ?
ক) শিৱসাগৰ
খ) ডিব্ৰুগড়
গ)মৰাণ
ঘ) লাকুৱা
উত্তৰ- খ) ডিব্ৰুগড় ।
৪। চৰাইদেউৰ মাটিকালী কিমান ?
ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ
খ) ৮৩৫,০৫ বৰ্গ কিঃ মিঃ
গ) ৭৩৪,০৪ বৰ্গ কিঃ মিঃ
ঘ) ৬৩৩,০৫ বৰ্গ কিঃ মিঃ
উত্তৰ- ক) ৯৩৬,০৬ বৰ্গ কিঃ মিঃ ।
৫। চৰাইদেউৰ সদৰ ঠাই কি ?
ক) লাকুৱা
খ) সোনাৰী
গ) মৰাণ
ঘ) মৰিগাওঁ
উত্তৰ- খ) সোনাৰী ।
৬। চৰাইদেউৰ মহকুমাৰ কি ?
ক) চৰাইদেউ
খ) মৰাণ
গ) লাকুৱা
ঘ) সোণাৰী
উত্তৰ- ক) চৰাইদেউ ।
৭। চৰাইদেউ পশ্চিমে কি জিলা আছে ?
ক) সোণাৰী
খ) লাকুৱা
গ) শিৱসাগৰ
ঘ) অৰুণাচল প্ৰদেশ
উত্তৰ- গ) শিৱসাগৰ ।
৮। চৰাইদেউ জিলাৰ পূৱা-পশ্চিম কি পাৰ হৈ গৈছে ?
ক) ধোদৰ আলি
খ) ৩৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
গ) ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) ধোদৰ আলি ।
৯।ধোদৰ আলি কত আছে ?
ক) মৰিগাওঁত
খ) নগাওঁত
গ) চৰাইদেউত
ঘ) শিৱসাগৰত
উত্তৰ- গ) চৰাইদেউত ।
১০। চৰাইদেউ নামৰ উৎপত্তি কি ভাষাৰ পৰা হৈছিল ?
ক) তাই ভাষাৰ পৰা
খ) অসমীয়া ভাষাৰ পৰা
গ) হিন্দী ভাষাৰ পৰা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) তাই ভাষাৰ পৰা ।
Type by- Bikul Mandal